পৃষ্ঠা:প্ৰাণৰ গান.pdf/২৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰাণৰ গান ৷ আচাঁ আহা বিধুমুখী, শত জনমৰ সখী; নেপাহৰে৷ তোমাক চিৰ দিনলৈ কিৰি যদি এবাৰ আছাঁ কাৰ্যলৈ। বিহিনী শকুন্তলা ৷ সঘনে জাগিছে প্রিয় স্মৃতিৰ পতি মূৰ্ত্ত হই উঠে তব ছবিটি সুন্দৰ কিস্থৰে বাজিছে বীণ হৃদয় তন্ত্রীত থমকি থমকি সেই একেটি সুৰৰ