পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৯৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

98 কায়স্থ সমাজৰ ইতিবৃত্ত। শুক্লবৰ বাজাৰ প্ৰতিজ্ঞা বলিলেক মম সঙ্গে কহ গমন। তালাকি প্ৰতিজ্ঞা দিব শুন চৌজন। চৌদ্ধজন শুনি তাৰা দিল অনুমতি। তালাকি প্ৰতিজ্ঞা পাইলে হইব সঙ্গতি। পঞ্চদশ দিনে পুৰী কৰিলা নিৰ্মাণ। মহাৰাত পুৰী নিৰ্মাণ হোৱাৰ সংবাদ ভূপে সক্ষাতে আসি বন্দিল চৰণ॥ পুৰীৰ বৃতান্ত যত কৰিল গোচৰ। শুনি অতি তুষ্ট হৈল ৰাজ ৰাজেশ্বৰ। আপন সামন্ত সৈন্য সাজ নৰায়। নৰনাৰায়ণৰ আক্ৰান্ত গমন- যথা পুণ্য নীৰ আছে চলিল তথায। অশ্বক্ৰান্তে নৰনাথ কৰিবাৰ স্নান। ৰাণী সঙ্গে মন ৰঙ্গে কৰিল পযান। ভূঞাসকলৰ ৰাজাৰ লগত গমন ভূঞাৰ কায়স্থ সঙ্গে গেল চৌজন। স্নান হেতু চলে ভূপ উজ্জল বদন। ৰাজাই সসৈন্যে গৈ অশ্বক্ৰান্ত পায; পাচদিনা শুক্লাষ্টমীত স্নান কৰি দান-দক্ষিণ আদি দিবলৈ ধৰোতে শুক্লজ উপস্থিত হৈ কয়— হেন সমযত শুক্লধ্বজ নৰয। গলত বসন বান্ধি যোৰ কৰে কয॥ ভূঞাৰ কায়স্থ সঙ্গে নাযাব আমাৰ। কিৰূপে লইব সঙ্গে বল ৰাজেশ্বৰ। ৰাজাই ভূঞাসকলক তীৰ্থজললৈ ভূপতি বোল ভাই আনাহা তাহাৰে। আনিবলৈ কয়— আপুনি জিজ্ঞাসা আমি কৰি পুণ্যনীৰে। নৃপৰ আদেশ পাইযা কনিষ্ঠ ভূপাল। কায়স্থসকল আনিবাৰ আজ্ঞা দিল। নৃপতি বোল শুন কায়স্থ প্ৰধান। কায়স্থসকল উপস্থিত হলত ৰাজাই পানীত শ্ৰাতাৰ সঙ্গেতে চল নাভাবিযা আন পাকা অৱস্থাতে কয়- বিচাৰিয়া বৃত্তি দিব আৰ ভূমি দান। আমাৰ আজ্ঞায় চল হইবে কল্যাণ। কাযসকল শুনি নামাইয়া কৰ। চেলাম কৰিল বহু হাজাৰে হাজাৰ। ভূঞাসকলে ৰাজাৰ ওচৰত প্ৰতিজ্ঞা যে স্থানে পাঠাবে ভূপ কৰিব গমন। পত্ৰ বিচাৰে- কি এক খানি মোৰা কৰি নিবেদন। তালাকি প্ৰতিজ্ঞা পত্ৰ হুজুৰেতে পাই।