যাটাৰ |ংশ। লাকটা, না 7 বিকাৰাম এবাৰাম কেশৰাম ( নাটা) ভঃ ইলি শ্ৰীপৱকান্ত একাত শশিকান্ত হেমকান্ত বৰপেটাৰ বংশৰ কথা-১৭ পৃষ্ঠাত যোেগ হব। মানাথ ৰায়-বংশৰ ভিতৰত প্ৰথম ইংৰাজী শিক্ষাত শিক্ষিত—বৃটিশ গভৰ্ণমেণ্টৰ বিষয়। কিছুদিন স্কুল চৰ ইনিস্পেক্টৰ আছিল-পিচত পেঙ্কৰ-তাৰ পাচত কেৰাণী হৈছিল। এও নৈষ্ঠিক, উদাৰ, সৎসাহসী আৰু উচিত বক্তা আছিল। এওঁৰ সুন্দৰ মুঠাম চেহেৰা আছিল। . সকলো কেইজন ভায়েকক যথেষ্ট পৰিমাণে লিখা-পঢ়া শিকাইছিল। সুখ্যাতিৰে কাম কৰি ১৯১১ চনত অবস পায় আৰু ১৯১৩ চনত অগী হয়। গঙ্গানাথ-এখেত এজন সুবিজ্ঞসকলো কামত আনকি আইনঘটিত কামতো পাৰদৰ্শী আহিল। ডাক্তৰী পঢ়ি সেই সময়ত জাতি যোৱাৰ ভয় নকৰিওকৃতবিদ্য হৈ বহুকাল চিকিৎসক হৈ নাম কৰিছিল। ৮০ বছৰলৈকে কী হৈ ১৯৪০ চনত বগী হয়। তেওঁ সদায় জানানে কাল কটাইছিল। vজনাৰ ৰায়-এওঁৱেই এই অংশৰ প্ৰথমে Dibrugarh Technical schoolত পঢ়ি ভাল কৰে পাচ কৰি তাৰে সৈতে কাম কৰিছিল। এথমে চাৰ ওৰচিৰ তাৰ পাচত ওৰচিত হৈ অবসৰ লৈছিল। তেখেত বৰ কাৰ্যদক্ষ, কস িমিতব্যয়ী আৰু উছ পুৰ আছিল। নিজৰ পৰা জুতি আদি শিক্ষা, দিয়াৰ উপৰিও আত্মীয় স্বজনৰ লৰাৰ বহুতকে শিক্ষা দিয়াত সহায় কৰিছি। জয়লত সুবিধা কৰি চলিৰ কাৰণ ৰজনৰ ভিতৰত বহুতকে নানা ৰকমে নাকি শান্ত কৰিছিল। কোনো মানুহে তেখেতৰ ওচৰত বিমুখ নহৈছিল। তৈখেত বৰ উজাৰ লৰ মানুহ আছিল। চাষী কৃষি ঠাইবোৰততে বৰ শ্ৰা আৰু সন্মান পাইছিল।
পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৮৪২
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই