পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৮৩৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে

গত শত আয় দিন শুনিয্যে ফুটিত আৰু সম্পাদিত হৈ এ হৈ সত্য গোপাল * * * আৰু ৫ ভাগ। তোৰ ল ত দিয়াৰ ব্যৱস্থা কৰি-ৰ চৰিত, গে চৰিত, এমী চৰিত, শী অলস, অনল, গম , আমি যামল, অগ্নি পুৰ, জীৱ তুতি, ভক্তি মোৱলী, বৰ ভি, শি, কালিকাপুৰাণ, যাৰ চৰিত, ধৰ্ম সংবাদ আদি পুথিৰোৰ প্ৰকাশ কৰা হৈছে। ভাগৱতৰ বাকী টা গু আৰু মহাভাৰত সম্পূৰ্ণভাৱে সম্পাদন কৰিবলৈ হাতত লোৱা হৈছে। মন্ত শঙ্কৰদেৱৰ ৰটিত একাকি মূল পুথিৰ লগত মিলাই সম্পাদন কই নোৰ সাৱৰ এটা ব্ৰত। এই উদ্দেশ্যে মূল পুথি কিমান সংগ্ৰহ কৰি কাম আৰম্ভ কৰিহে ভগবানে কিমান দূৰ তাৰ্য কৰায় কব নোৱাৰে। আজোখৰীয়া কাৰবোৰহাটত থাকেঁতে পূজনীয় অযুত শৰৎচন্দ্ৰ গোস্বামী আৰু প্ৰযুত উমাকান্ত মিত্ৰ যেৱৰ লগত লগ লাগি “কামৰূপীয় শব্দকোষ” নামে এখন বৃহৎ অবমীয়া অভিযান লিখিবলৈ আৰ কৰিছিলোঁ। ইয়াৰ মই নিজে বৰ্ণ আৰু ব্যাঙ্গন বৰ্ণৰ “গ” আখৰলৈ অৰ্থ আদি লিখিছিলোঁ। এনেতে মূৰ ৰিকাৰ ঘটাত তাক এৰি দিওঁ। বৰ্তমানে কোনোৱেই তাত হাত দিয়া নাই। দেবীৰাম দত্ত বৰুৱাৰ ২য় পুত্ৰ কালীনাৰায়ণ বৰুৱা , ভক্তিমান, সাংসাৰিক কামত সুদক্ষ না ভাতৃবৎসল পুৰুষ আছিল; পূৰ্ণ যৌৱনত ভৰি দিওঁতেই (১৯২০ চনৰ নবেম্বৰ মাহত) এই লিখক দুৰ্ভগক শোত ডুবাই অনন্ত ধামলৈ গতি কৰিছে। আমাৰ তৃতীয় অনুজ ক্ৰমান বিচিত্ৰনাৰায়ণ; এও বি, এ, পাচ কৰি কিছুদিন আইন কলেজত পঢ়িছিল কি ওপৰা-উপৰি সাংসাৰিক অশান্তিবোৰত বাধ্য হৈ তেওঁ আইন কলেজ ত্যাগ কৰিবলগীয়া হয়। আৰু নলবাৰীৰ হাইস্কুলত কিছুকাল শিক্ষকতা কৰে। এই সময়ত তেওঁ আমাৰ সহযোগ “দবৰুৱা দাৰ্চ এণ্ড কোং” নামে এখন কিতাপৰ দোকান আৰম্ভ কৰে। পাচত নানা কাৰণত পুনৰ আইন কলেজত পঢ়ি বি, এল, পাচ কৰে। বৰ্তমানে আইন ব্যৱসায় কৰি জীৱিকা নিৰ্বাহ কৰিব ধৰিছে। এই ঠানিটো না সাংসাৰিক তাপত দগ্ধ হৈ পৈত্ৰিক ভিঠা ত্যাগ কৰি ১৯২৭ চনৰ জুলাই মাহত নলবাৰীলৈ উঠি আহিছে। আৰু তাৰ পাচৰপৰাই মাননীয় গৌৰীপুৰ ৰাজা বাহাদুৰৰ অনুগ্ৰহত প্ৰাচীন কামৰূপীয় কায়স্থৰ ইতিবৃত্ত সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিছে। কি এত ৰাখি কত? গৰীসকলৰ ইৰ