পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৮২৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে

T প্ৰথমে মাৰ 'পাঙ্ক: লৰায় ৰুক্ষিণ খুলতে বাস সময়ত কি পাশ কে গোত হয়। সম্ভবতঃ কোচ ৰজাৰ ভয়ত। তেওঁৰ পুত্ৰ বিশাৰ গাৰায়ণৰ না, এ নাভি সীমণি ৰঘুদেৱৰ দিনত কাৰণ চোৰ মৰণীৰ বিয়া পায়। সেইসময়ত ৰামদিয়াত থাকা লৰায় উত্তীৰত আটি কন্যা শীতি বিবাহ বিয়ে। ইয়াৰ কিছুদিন পাচত জীনপি পুত্ৰ আমেয়ে মহাপুৰুব মাধৱদেৱৰপৰা ধৰ্মাচাৰ্য পদ পায়। তেতিয়াৰপৰা মায়াৰামদেৱে চাবৰি নামে ঠাইতশত্ৰপাতি প্ৰচাৰ কৰিবলৈ ধৰে। গড় আৰু লক্ষ্মণ। গৰুড়বৰ দিনত ‘শি সংখ্যা বৃষ্টি হয়? আহোম ৰাজৰপৰা এই বংশে বহুত ধৰ্মেৰ ভূমি লাভ কৰিছিল কিন্তু নানা কাৰণত সি হাল হৈ বৰ্তমানে নিশিখেৰা হিচাবে কেবল ১৭/১৯ লোচা মাত্ৰ মাটি ৰৈছে। বৰ্তমানে এই বংশ, আৰ্থিক অৱস্থা ভাল নহয়; ইয়াৰ এটা ঠানি কামৰূপৰ মাকৰাপাৰাত আছে; যুকী কেইঘৰ চাৰিতে বাস কৰে। কিন্তু আচৰিত হব লগীয়া যে গৰায়ৰ বংশধৰসকলৰ পৰম্পৰৰ ভিতৰত ভাষ্ঠীৰ চিনাকি নাই; কাৰণেই আমি প্ৰতিটা বংশলতা পৃথক ভাৱে দিছে। তেখেলকৰে চলগিৰী ৰবংশধৰ বুলিৰে পৰিচয় দিয়ে কি বিংশতালি মাৰে। ৬ষ্ঠ পৰষৰ বিষয় বিশেষ আলিপাৰা নষায়। তেওঁৰ পূৱ যাতে নানাৰায়ণ বাজাৰ এত চিলাৰায় দেন। পায়। 'এই সময়ে যা বংশাৱলীত আছে- [হফ ( অমণ কৰি তে] ধোভাত চবিলা- অহৰহ আনো বীৰগণ সাজি। জি-কোটা ফিকাহ লৈয়ো ৰীৰ আছি।