কায় সমাজ ইতিবৃত্ত। এও কিছুমান আহত ভীতি প্ৰধান লেখ্য পদ লাভ কৰে। প্ৰধান লেখ্যপদক সেই সময়ত “কোষ্ঠ কায় বুলিছিল। ধৰ্মপালৰ সময়ত কায়সকলে গোমস্থাগিৰি (জমি-জমাৰ হিচাৰ কৰা কাম কৰিছিল। আৰু জ্যেষ্ঠ কায়স্থে বিষয় কাৰ্যালয়ত থাকি গোমস্থাসকলৰ কাৰ্যপ্ৰণালীৰ অধ্যয়ন কৰিছিল। ৩ চক্ৰপাণি একজন সাধক পুৰুষ আছিল। বুঢ়াকালত এওঁ মহাসিদ্ধাচাৰ্য্য” উপাধি লাভ কৰে। মূল্যবান তপুথি ৰচনা কৰে। উৎপাণি সন্ধে তিব্বতীয় পাগ-লাম-জোল-জাঙ” নামৰ এত যত কথা উৰ আছে। টপাশিৰ পুত্ৰ-চক্ৰপাণি। “তাৰ পুত্ৰ চক্ৰপাণি দেৱেৰ প্ৰধান গণি মহামানী বা কাৰ্য্য পাই। বিদ্যাবুয়ে (ম্পতি ব্ৰণ এমণে ভক্তি মহা কবি বলি যশ চাই। জীৰ পু দুই পুত্ৰ ৰাজাৰ হইল প্ৰিয় পাত্ৰ ভাগ্য দোষে ব্ৰাহ্মণে বোষে। ছাড়ি গৌড় বাজপাশ বাৰে কৰিল বাস ধনৰ আনিল বিশেষ।” (বলে জাতীয় ইতিহাস-জন্য কাণ্ড।) এই সময় পালৰজাসকল কিছু দুৰ্বল হৈ পৰে আৰু পূৰ্বৰ কিছু অংশ ৰাজ্য খহি পৰে। চক্ৰপাণিৰ পুত্ৰ বীৰপাণি আৰু শৰপাণি ব্ৰাহ্মণৰ ৰোষত গৌড ৰাজ্য ত্যাগ কৰে আৰু বাৰেন্দ্ৰলৈ আহি বাস কৰে। বাৰে সীমা পশ্চিমে মহানন্দা, পূবে ব্ৰহ্মপুত্ৰ, উত্তৰে কামৰূপ ৰাজ্য আৰু দক্ষিণে গঙ্গা নদী। বাৰে গৌড়ৰ অন্তৰ্গত আছিল। শীৰ আৰু সূৰপাণিৰ সময়ত বাৰেন্দ্ৰ মণ্ডল সম্ভৱতঃ কামৰূপ ৰাজাৰ দ্বাৰা গুখিত হয় আৰু সেই কাৰণেই ধীৰ আৰু সূৰপাণি গৌড ৰাজাৰ দ্বাৰা তাড়িত হৈ বাৰেন্দ্ৰ অৰ্থাৎ কামৰূপ ৰাজাৰ অধীনত বসতি কৰে। এইদৰে মখদাসৰ পাছৰ তিন পুৰুষ গৌড়ত বাস কৰে। ৪ৰ্থ পুৰুষ বাৰেৰ (কামৰূপৰ) অধিবাসী পাণিৰ- “সমাজে হইল খ্যাতি পুত্ৰ বৰ মহামতি তাৰ পুৰ থৰ গদাধৰ। ভূষৰ এই ৰাঢ়বাসী কাশীপুৰ অধিবাসী গদাধৰ ৰহিল নিজ ঘৰ।” গদাধৰ বাৰেছেই (কাম) বাস কৰে। গদাধৰৰ ম পুত্ৰ ৰাজ্যৰ- তাৰ পুত্ৰ ৰাজ্যৰ গৌড়ে বিপ্লব অতঃপৰ পলাই গেল উত্তৰ দেশে। কামাখ্যাৰ দয়া গুণে কুচে বাস গণে বা পাত দেৰীৰ আদেশে।” যান্য কা)
পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৭১৮
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই