কায় ‘ভ। বোহন
+ 1 any অমল গৌৰী (শিমলীত বিয়া দিয়ে। গৌৰীপুৰ ৰাজবংশৰ সংকি কথা। এই বংশৰ মূল পুৰুষ ম দাস। ৮ম শতাব্দীত পাল ৰজাসকলে যেতিয়া গৌড় বা পৌবন্ধন অধিকাৰ কৰে, সেই সময়ত গৌড়ৰ শুৰ ৰজা দক্ষিণলৈ আহি ৰাটৰ বৰ্তমান হুগলী জিলাৰ পাৱাত ন স কৰে। ৰাটৰ উত্তৰ খণ্ডক উত্তৰ ৰাঢ় আৰু দক্ষিণ খণ্ডক দক্ষিণ ৰা বুলিছিল। মঙ্গ গৌড় কাষ। এই শূৰ ৰাজাৰ তলত বিষয় কৰ্ম কৰিছিল আৰু উত্তৰ ৰাটত গঙ্গাৰ ওচৰত বাস কৰি সীমান্ত দেশ ৰ কৰিছিল। মঙ্খ মহাশয়ৰ বংশাৱলী কাশীদাসে এইদৰে বৰ্ণনা কৰিছে - “দাস বংশে মখ নাম বাটাভৰি যশোেগান তাৰ পুত্ৰ নাম টপাণি। ব্ৰাহ্মণ চক্ৰান্তে পৰি পিতৃবাস পৰিহৰি উপনীত পাতালী ৰাজধানী। মহাৰাজা চক্ৰৱৰ্তী তাহাক কৰিলা ভক্তি নিজ স্থানে ৰাখিল হৰমে। ৰাজাৰ হইল সখ্য দিলা পদ প্ৰধান লেখ্য উচ্চ ভাবি সৰে পৰিতোষে? ( বলে জাতীয় ইতিহাস-জন্য কাণ্ড।) টপাণিয়ে ৰাহ্মণৰ ঘৰত্ৰত পৰি ৰাঢ় ত্যাগ কৰি পালা ধৰ্মপাল (৭৮৮-৮৩০) আৰ লাভ কৰে। এই সময়ত ধৰ্মপালৰ গৌৰৱ উত্তৰ ভাৰতত বিস্তাৰ হৈ পৰিছিল আৰু সূৰ ৰাজসকলৰ প্ৰভাৱ কিছু খৰ্ব হৈছিল। ধৰ্মপালৰ সময়ত গৌড়ৰাজ্য কিছুমান ভুক্তিত বিভক্ত হৈছিল। এইবোৰৰ ভিতৰত পুভুক্তি, তীবভূক্তি, গ্ৰীনগৰ ভুক্তি না পোৱা যায়। পাটলিপুত্ৰ তীৰভূক্তি খিতৰত আছিল। এই ভূক্তি বা আগেই মুছলমান ৰাজ কালত “চৰকাৰ” নামে পৰিগণিত হয়। পানি পান 1