পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৫২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

--- কাস্থ সমাজৰ ইতিবৃত্ত। - এই গ ৬ প্ৰধাপ •ামে খ্যাত হন। প্ৰবাদ -প্ৰতাপসিংহই তেওঁৰ এজনী সগৰ্ভা ৰাণীৰ সৈতে ব্ৰহ্মপুত্ৰত স্নান কৰি থাকোঁতে ৰাণী ভাহি এই ৰাণী কিবা স্বৰূপে নীলাচল পায়হি আৰু তাতে আৰিমত্তৰ জন্ম হয়। আৰিমত্ত ডাঙৰ হৈ কিছু সৈন্য সংগ্ৰহ কৰি অলপ দিনৰ ভিতৰতেই উত্তৰ পাৰৰ ভালেখিনি ঠাই অধিকাৰ কৰে; আ4 পাচ ৩ পশ্চিমৰ কমতা-ৰাজা দুৰ্লভক আক্ৰমণ কৰে। দুৰ্লভেন্দ্ৰ আৰিমত্তৰ হাতত মৰা পৰাত ১১ সময়ৰ কামৰূপ-কমত আৰিমত্তৰ হাতলে যায়। তেওঁ বৈদ্যগড় + (ৰঙিয়াৰ ওচৰ) মেৰামত কৰি ৰাঙ ধা: পাতে (১৩৬০ খৃ: অব্দ )। আৰিমৰ ফেঙৱা নামে এন ৩f • আছি, এওঁ নলবাৰীৰ ৫ মাইল দক্ষিণে সোণকুৰিহা নামৰ ঠাইত ৰাজধানী পাতি কামৰূপৰ উত্তৰ অঞ্চল শাসন কৰিছিল। নলবাৰীৰ ৮ মাইল উত্তৰে আৰু পাঠশালা ষ্টেচনৰ ৭৮ হলমান উওৰ পূবে (বঙলি ৩) তেওঁ দুটা গ৬ কৰি ভোটৰ আক্ৰমণৰপৰা দেশৰ কৰিবলৈও দিহা কৰিছিল॥ আমিই দুলভেন্টক মৰা সংবাদ পাই ফেঙৱা সসৈন্যে খেদি যায়; আৰু এবে লাহেব বামতো পণ কৰে।; পাচত চক্ৰস্ত বৰি মাৰিবলৈ যত্ন কৰোতে আৰিমত্তৰ হাতত ধৰা পৰি মৰ। পৰে। এই সমলে আৰিমত্তৰ পিতৃৰ লগত পৰিচয় ঘটা নাছিল; তেওঁ পূবৰ ফালেও ৰাজ্য বহলাও বুলি বৰনদী পাৰ হৈ ৰামচন্দ্ৰৰ (প্ৰতাপসিংহ) লগত ৰণ কৰে। ৰামচন্দ্ৰ আৰিমত্তৰ হাতত মৰা পৰাৰ পাচ হে তেওঁ মাকৰপৰ৷ ৰামচন্দ্ৰক পিতৃ বুলি বুজিব পাৰে। ইয়াৰ পাচত তেওঁ পিতৃহত্যা পাপ দূৰ বনিবলৈ নানা প্ৰকাৰ সজ কৰ্ম কৰে। এই সমষতে মঙ্গলদৈ অঞ্চলত বহুত পুখুৰী খন্দাইছিল বুলি প্ৰবাদ চলি আহিছে। আমিওৰ আন নাম গজাঙ্ক; তেওঁ প্ৰতাপপুৰত ৰাজধানী পাতি কিছুবাল হাজত্ব কৰিছিল। অৰিত্তই প্ৰথম পুৰ ৰসিংহ বহ্মপুত্ৰৰ উত্তৰৰ পাৰৰ ৰাজ্য আৰু ২ পুত্ৰ জঙ্গলবলহুক দক্ষিণ পাৰৰ ৰাজ্য ভাগ কৰি দিয়ে। সিংহই মজুলাও নপুন নামে এখন নগৰ পাতি কিছুদিন আছিল ১৩৮৫ খৃঃ অঃ)। ৰত্নসিংহৰ আন নাম শুকঙ্ক। ভঙ্গলবলহুৱে কপিলীৰ ওচৰত এটা গড কৰি ৰাঃত্ব কৰিছিল। এওঁ কচাৰ ৰাজাৰ লগত ৰণ কৰি থাকিব লাগা হৈছিল। জঙ্গলবলবে এসমযত 'চিকাৰ কৰি ফুৰোঁতে কাজল। মৃ: ৩ তপস্যা কৰি পাব। তেওঁৰ পিতৃ আৰিমত্ত ভুলক্ৰমে মৰা পৰে। ইয়াৰ পাচত কচাৰি ৰণ কৰিযে জেল হেদি তেওঁক হানি নাৰে। ৰf ৰ পাচত পুতেক দাঙ্ক ৰাষ্ট হৈ প্ৰতাপপুৰ মেৰামত কৰি ৰাজধানী পাতি দেশ শাসন

  • কৰা আৰু সুৰাৰ সময়ত কামৰূপ-কমৰ ভূঞাসকল স্বাধীন হৈ উঠে। সুতৰাৰ পাচত

মৃগাঙ্ক প্ৰত পপৰ • ৰা হৈ ভূঞাসকলক বশ কৰিবলৈ যত্ন কৰিছিল। এই সময়ত বঙ্গদেশৰ নবাব “মি ২• আমি বখিলা নগৰি। বেহুগড় বুলি তাকে কহ নৰ-নাৰী। এতেকে প্ৰতাপপুৰ বলি। নগৰ। অদ্যাপি ও আই সিখনৰ উপৰ | ত্ৰয়োদশ স৮ (ইং) সবে ৰাজ্যক ভুলি॥ (ৰাজ বংশাৱলীৰতিকান্ত দেৱ) । এই দুট। পডৰ চিন এতিয়াও আছ, আৰু দুয়োটাকে ফেৱাৰ গড বোলে। প্ৰায় ৫০ বছৰমান আগলৈকে বজালিৰ ক্ষেওৱাত একঘৰমান কয় ম মুহ আছিল, পাচত ৰপুৰ বা ৰতনপুৰক উঠি আহিছে। ' – ফোৱাই আমি বাণী এক হাত কৰিছিল; আৰু তেওঁৰ আৰিমত্তক হত্যা কৰাবলৈ যত্ন কৰিছিল। ..n account of Instm bil John Peter wade