কায়স্থ সমাজ ইতিবৃত্ত। ১৭ গণপতি [১৮ | কন্যা কন্যা কন্যা ভবানীদেবী সৰস্বতীদেবী স্বা: শৰৎচন্ত বাঃ যোগে চৌ: ৰয় বৰুৱা (দিৰোৱা) চেং। শ্ৰহৰেন্দ্ৰনাথ ভূঞা বি, এ, ভাঃ তৰুলতা ৰামান চৌধাৰীৰ কন্যা (চেঙা) শ্ৰীপতি সৰস্বতীৰ বংশৰ কথা। ১। ঐপতি সৰস্বতী -এও কান্যকুজৰ পিঙ্গলা গাৱৰ ভৌমি? আছিল। এওঁৰ গুৰুৰ নাম প্ৰিন্তন সৰস্বতী গুৰুৰ গোত্ৰ পৰাশৰ আৰু শ্ৰীপতি সৰস্বৰ্তাৰ গোত্ৰ গৌতম। এওঁলোক গোবৰ্ধন মঠৰ সেৱক। গোবদ্ধ। মঠ ভগবান শঙ্কৰাচাৰ্য্যৰ স্থাপিত চাৰি ১১ এ মঠ + উক্ত গুৰু-শিষ্যৰ পূৰ্ব-পুৰুষসকল জীৱনৰ বৰ্দ্ধক। কালত গোবৰ্ধন মঠ ও সন্ন্যাস ধৰ্মত দীক্ষিত হৈ ঐক্ষেত্ৰত বাস কৰাৰ নিয়ম আছিল। ade sang উপাধি সৰস্বতা; এই উপাধিয়েই পাচত কুলোপাধি হয। মুছলমানৰ আক্ৰমণত শ্ৰপতি আৰু প্ৰিযন্তন সৰস্বতীযে কান্যকুজ ত্যাগ কৰি অলম্যন গো চ ভুঞা আদিৰ সৈতে গৌডক আহে। এই সযত দিনাজপুৰ আৰু জলপাইগুৰিতে গৌড নামৰ এখন সৰু ৰজা স্থাপিত হৈছিল। উক্ত দুই ভূঞ। অন্যান্য ভূঞাৰ সৈতে প্ৰথমে গৌড় ৰজাৰ আশ্ৰয়ত দিনা পুৰত বাস কৰে; পাচত কম ৰজাৰ অশষত ভোগাৱত (বৰ্তমান বৰনগৰ) থাকি কামৰূপৰ ম'হৰ পৰা কলদিয়া নদী পৰ্যন্ত উত্তৰ অঞ্চল ১াই শাসন কৰে। « জগন্নাথ-এওঁ ভেগ ত্যাগ কৰি স্বাধীনতা বিচাৰি দৰং জিলাৰ পূৰ্ব অঞ্চলত স্বাধীনভাৱে ব'স কৰে। ৪। প্ৰাণকৃষ্ণ-এও লক্ষিমপুৰত স্বাধীনভাৱে বাস কৰিছিল। কিন্তু পাচত আহোমৰা প্ৰতাপশালী হৈ উঠাৰ তেওঁৰ অধিৰ ঠাই আহোমে কাটি লষ। প্ৰাণকৃষ্ণে লক্ষীমপুৰত থকা অসুবিধা বোধ কৰি ভটীয় ই যাই কামৰূপৰ ক্ষেত্ৰ অঞ্চলৰ ব্ৰহ্মপুত্ৰৰ দাতিৰ উৰি বা লোহাগুৰি নামে ঠাইত স্বাধীনভাৱে বাস কৰে। কিন্তু এই সময় বিশ্বসিংহৰ অ্যুদয় হয়। বিশ্বসিহে নাৰায়ণ গোমথাৰ লগত ৰণ কৰেতে প্ৰাণকৃষ্ণেও তত যোগ দিয়ে। নাৰায়ণ গোমথ। ধ্বংস হোৱাত প্ৰাণকৃষ্ণে. বিশ্বসিংহক কামৰূপৰ সাভ স্বীকাৰ কৰি অধীন শাসনকৰ্তা হয। ৭। পদ্মনাভ, ৬। উমাপতি, ৭ ৰঘুপতি—এওঁলোেক লোহাগুড়িতে থাকি বিশ্বসিংহ, নৰনাৰায়ণ ঘুদেৱ আৰু পৰীক্ষিত ৰজাৰ অধীনত সেই ঠাইৰ শাসন কাৰ্য চলায়। কি কি বিষয় কৰিছিল ভালদৰে জানিব পাৰা নাযায়। কিন্তু ৰঘুপতিয়ে জাহাদিৰ ৰাচাৰ সেনাপতি ৰণত সহায় কৰা বাবে পৰীক্ষিতৰ ৰাজ্য ভাঙাত তেওঁক লোহাগুৰিত জমিদাৰী জিয়া প্ৰমাণ পোৱা যায়।
- চাৰি মঠ-পূবে পোবন, পশ্চিৰে-ৰ, উত্তৰে-গোন, অক্ষিণ গিৰি।