১৮ কায়স্থ সমাজৰ ইতিবৃত্ত ব্ৰাহ্মণ” বুলি পৰিচয় দিযে। এওঁবিলাক যজুৰ্বেদীয় ব্ৰাহ্মণ; আৰু এওঁলোক উত্তৰ ভাৰতৰপৰা যোৱা বুলি কয়। কাস্থব্ৰাহ্মণসকলে নিজৰ জাতীয় আচাৰ এৰা নাই।” ডাঃ ভাণ্ডাৰকাৰে কয়ঃ-“মনুৰ মতে ব্ৰাহ্মণৰ বাহিৰে আনে ‘কুশল’ শব্দেৰে অন্যৰ মঙ্গল কামনা কৰা নিষেধ; কিন্তু মৃচ্ছকটিক নাটকত কায়স্থৰদ্বাৰা “কুশল” শব্দ উচ্চাৰণ কৰাইছে। ইষাৰদ্বাৰা “কাম” বুলিলে অব্ৰাহ্মণ বুজিব লাগে, ইষাৰ কোনো ভিত্তি নাই। বঙ্গদেশত কিন্তু ১০ম শতিকাতহে কাষস্থ জাতিৰ উদুৱ হোৱা দেখা যায়। ডাঃ ভাণ্ডাৰকাৰে কয় :- “বৈশেণিক হত্ৰৰ” ন্যায়কনলি নামে ভাষ্য শ্ৰধৰে ৰচনা কৰে; তেওঁ এই ভাষ্য দক্ষিণ ৰাটৰ কামকুল শিবোম। পাণ্ডুদাস নামৰ কায়স্থৰাজাৰ অনুৰোধত পচনা কৰিছিল। ইয়াৰ উপৰি দিনাজপুৰৰ নামগঞ্জ পোৱা ঈশ্বৰঘোষৰ তাম্ৰপত্ৰত মহাকাষস্থ, মহাকৰণাধ্যক্ষ, মহাক্ষপটলিক, আৰু ধৰ্মপলৰ দামোদৰপুৰ তাম্ৰপত্ৰত বিষ্যব্যৱহাৰী, জ্যেষ্ঠকাষস্থ, বিপতি, প্ৰথম কাস্থ আদি নাম দেখা যায়। পাল ৰাজাসকলৰ দিনত দহান গাৱৰ শাসনকৰ্তা দশগ্ৰামিক, তেওঁৰ ওপৰত মহত্তৰ, মহামহত্ত, জ্যেষ্ঠকায়স্থ, বিষব্যৱহাৰী আদি বিষয় আছিল। প্ৰথম কাস্থ আৰু জ্যেষ্ঠকাযস্থসকলৰ তলত বহুত কাস্থ বিষ আছিল; এওঁলোকেই মহামহত্তৰ, মহত্ত, দশগ্ৰামিক উপাধি পাই ছল। প্ৰাচীন কাল ও বঙ্গদেশ জিলাৰ খাজনা আদায় কৰা ভাৰ কাষস্থৰ ওপৰতেই আছিল।” ডাঃ ভাণ্ডাৰকাৰ মতে “বঙ্গদেশত নাগৰ ব্ৰহ্মণকলে বসতি কৰিছিল॥ এই নাগৰ ব্ৰাহ্মণসকলে বুদ্ধি, কৌশল আৰু অদম্য উৎসাহৰ বলত কাযস্থসকলৰ ব্যৱসায (ৰাজহ আদাষ আৰু ভূমি বন্দোৱস্ত) অৱলম্বন কৰিছিল। ১০ম শতিক। বঙ্গদেশ কাষস্থাতিৰ উদ্ভব হয়। মহাৰাষ্ট্ৰদেশৰ কাষস্থ-ব্ৰাহ্মণসকলৰ দৰে এওঁলোকেও বাহ্মণৰ আচাৰ পালন কৰিছিল আৰু ব্ৰাহ্মণ সমাজত চলিত থাকাৰদৰে ব্ৰাহ্মণৰ গোত্ৰ বৰ্তমানলৈ এওঁলোকৰ মাজত চলি আছে; কিন্তু এওঁলোকৰ সামাজিক নিয়ম-প্ৰণালী বহুত পৰিমাণে পৰি- বন হেৱো ও বঙ্গদেশ বাহ্মণ কলে ‘শদ ভান কৰে উঃ ভাণ্ডাৰকাৰে আৰু কম :- “দাদশ শতিকালৈ কাষৰ হাততেই বঙ্গদেশৰ শাসনভাৰ আছিল সময়ত কৰ্মবাচক কায উপাধিসেই জাতিবাচক হৈ উঠে। দ্বাদশ শতিকাৰ পাচত মুছলমানে কেন্দ্ৰীয় শাসনভাৰ কাঢ়ি লোৱাত প্ৰাদেশিক শাসনকতাবোৰ স্বাধীন হৈ উঠিছিল আৰু কোনো কোনোৱে মুছলমানৰ বশ্যতা স্বীকাৰ কৰিছিল।” মুছলমানৰ ১ম আমোল ত ভূঞা উপাধিৰ ১২ জন বিযা প্ৰাদেশিক শাসনকৰ্তা হৈছিল; ইয়াৰ ভিত ৰৰ যি কেইজন হিন্দু আছিল তেওঁলোক সকলো বেইনেই কাষ। এই ভূঞাবংশধৰসকলে ১৬ শ
- ১৯১২ খৃঃ অব্দত হট্টৰ পঞ্চম খণ্ডৰ ধিনপুৰত ৰে। ভাৰ বৰ্মাৰ তাম্ৰফলক, ত্ৰিপুৰত পোৱা ৮ম শতাব্দীৰ মাজামাতি
সময়ৰ লোকনাথৰ তাম্ৰশাসন আৰু উয্যিাৰ কটক জিলাৰ দেউলপুৰত পোৱা ৮ম শতাব্দীৰ শুভাকৰদেৱৰ তাম্ৰশাসনত পাকা ভূমিগ্ৰহিতা নাগৰ ব্ৰাহ্মণৰ পদৰী বঙ্গদেয় কায়সকলৰ পদবী (ঘোষ, দত্ত, দশ, পালিত, পাল, দাস, aী? ইত্যাদি) লগত সি অ + অন্যান্য কিছুম কাণৰ ওপৰত নিৰ্ভৰ কৰি কৈছে। পঞ্চাশৰ শিবলিক। সপাল পতৰ কাঙ্গ প্ৰদেশৰ প্ৰাচীন নাম “এগৰকেট”। নগৰ ব্ৰাহ্মণ এগৰকৰপৰা ৈ আহিছিল। Earty History of Kamrup Page 48.