পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৩৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কাষস্থ সমাজৰ ইতিবৃত্ত। ১১ অৰ্থাৎ নানা বিধ ব্যৱহাৰযুক্ত ক্ষত্ৰিয আছে, তাৰ ভিতৰত অক্ষজীবী কায়স্থই প্ৰধান। (বিশ্বকোষৰপৰা উধৃত।) প্ৰাচীন কায়স্থ জাতি ক্ষত্ৰিয় জাতিৰ যে ভিতৰৰ, এই সম্বন্ধে বোধকৰে। আমাৰ আশঙ্কা নাই; কিন্তু বৰ্ত- মানে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত ডিসকল কায়স্থ আছে তেওঁলোক কোন বৰ ভিতৰত বুলি গণ্য, সেই বিষয অলপ চিন্তা কৰিবলগীয়া। বোম্বাই অঞ্চলৰ সৰ্য্যবংশীষ “প্ৰভু কাযস্থ”ৰ বিৱৰণ স্কন্দপুৰাণৰ সহাদি পণ্ডৰ ২৭২৮ অধ্যায়ত আছে- এই বংশ আদিপুৰুষ অশ্বপতি এসময়ত তাৰ্থপৰ্যটন কৰি পৈঠন পনত থাকে। সেই সময়ত মহৰ্ষি তৃক (ওঁ যখ!্যমতে অভ্যৰ্থনা নকৰাত তেওঁ শা” দি দ্বংশজাশ্চ ৰা •ে নিঃ শা, ৰাভ্যহীনত। অঙ্গ প্ৰভৃতি তেং বৈ লিপিকা ও বনং ভবেৎ॥১৪ অ া (৩* বংশধৰসকল আজিৰপৰা ৰা হন আৰু শোৰ্য্যহীন হৈ লিখন কাৰ্যৰদ্বাৰা জীৱিকা নিৰ্বাহ কৰিব। পৈঠন “ত্তন * পোৱা বাবে অশ্ব • শধৰসকলে পত্তনপ্ৰভু নামে বৰ্তমানে খ্যাত হয়।

    • পূৰণৰ ৩০ শ অন৷ • চনব স ব ণপতি নৃ৩ বশৰ এক শ্ৰেণী কাসস্থৰ উৎপত্তিৰ বিৱৰণ

'আছে লোক বংশায় “ ন প্ৰ + ন ' খ্যাত হয়। স্য অৰ চবংশষ প্ৰ বায়বল নন। শা'ত বিভক্ত তেওঁলোক মহাৰাষ্ট্ৰ আৰু ম-ভাৰতত বস বলে। এই কাকলে বাৰ দিন অ• চলন কৰে “ৰু উপযুক্ত সমযত উপবীত ধাৰণ কৰে। মহাষ্ট: ‘ধব প্ৰভু' নামে এক (• না কায়স্থ আছে , •ে ওলে। উনিদ নাজাৰ পুত্ৰ ধ্ৰুবৰ বংশ- ৰ বুলি পৰিচয় দিয়ে। উপ উক্ত ৰ্যবংশী ওন এ ও যস্থলব ব্ৰহ্মগএিযে বোলে , এওঁলোকে বৰ্তমানে সিন্ধু, গুজৰাট, কচ্চ আৰু বৰ্ণটি প্ৰদেশ বাস কৰে। বঙ্গদেশৰ বস্তু বংশটে। চশায় ক্ষত্ৰিয; এই সম্বন্ধে মহা ৰ৩৩ আছে :—“স চেদি বিষযং ম্যং বসুপোৰবনন্দন।" এই বংশৰ বংশাৱলত আছে :-“বসুকুল দাপব: গৌতমগোত্ৰতঃ।” ইয়াৰ উপৰি ঋক বেদৰ ১১৭৩৫ মন্ত্ৰত বসু আৰু মিত্ৰ বংশৰ একেলগে নাম উল্লেখ পোৱা যায়; যেনে— ত্বমশিমে বসুপ৩ বনং ত্বং মিত্ৰানাং মিত্ৰপাত ধেষ্ঠ। ইং তং মৰুধি: সংবদধ প্ৰাশান ঋতুপ। বীযি। কাযস্থ-৩ দীধিতিৰ ৰা উধৃত। ইয়াৰদ্বাৰা বসু আৰু মিত্ৰবংশ যে অতি প্ৰাচীন কালতে আছিল, তাৰ প্ৰমাণ পোৱা যায়। আকবৰ বাদচাহৰ সময়ত ঘোষ, বসু, মিত্ৰ আদি বংশীয় কাযস্থসবলেই বঙ্গদেশৰ তলতীয়া শাসনকৰ্তা আছিল; ইয়ো বঙ্গদেশীষ কায়স্থৰ ক্ষত্ৰিয়ত্বব সাক্ষী দিযে:-- "The Suba of Bengal consists of twenty four Sarkars and seven hundred eighty seven mahals The revenue is fifty nine crores eighty four lacs and fifty nine thousand three hundred nineteen dam in money, the Zeminders were all Kayasthas.