কাৰ লাৰ ইতি। গুৰুচৰিত পুথিত বলাই, কানাইৰ নাম নাই। সবত এই দুই গকি কোনো বংশধৰৰ লগত পৰিচয় নাছিল। দামোৰ ৰাফাতে আছিল। দামোদৰৰ অপৰ নাম ৰূপচ। পচ বা দানোদৰৰ পাচত তেওঁৰ পুত্ৰ ৰামদেৱ বাকাতে থাকে। তেওঁৰ পুত্ৰ অনিৰুদ্ধদেৱ। অলিকৰ বংশধৰসকলে কাশ্যপ গোত্ৰ লয়, কাৰণ একো বুবি পৰা নগল; কোনোবা পুৰুষত নাবালক অৱস্থাত এই পৰিবৰ্তন ঘটিব পাৰে। ৮৷ অনিৰুদ্ধে ৫ম স্কন্ধ ভাগৱতত লিখিছে- তাতে মোত্তম বিশ্বাস পৰম কায় দলৰ পতি। পদ চয় জনে অনিদ্ধ শিশুমতি॥৮৬১ এই পুথি লিখা শেষ হয় - বেদ পক্ষ বাণ শশাঙ্ক সকল আখিন কৃষ্ণ পক্ষত। সপ্তমী গোচৰে বাতুনগৰে পদ তৈলা সমাপতি। অনিজৰ পৰিচয় - আছিল মাধৱ দাস তানে মোক্ষ শিষ্য। পৰম বৈষ্ণৱ সদাচাৰত বিশিষ্ঠ। নকৰিলা বিহা কৰি ইন্দ্ৰিয় নিগ্ৰহ। সম্বন্ধত আমাৰ কনিষ্ঠ পিতামহ। তান অনুসঙ্গে মোৰ এবিল হৃদয়। কৃষ্ণৰ চৰণে মই গৈলোহো বিক্ৰয়॥১০ ও’ৰৰ পদৰ পৰা বুজা যায় অনিৰুদ্ধদেৱে ১৫২৪ শকত অৰ্থাৎ ১৬০৪ খৃষ্টাব্দত বা শ্ৰীমাৱদেৱ বৈকুণ্ঠ হোৱাৰ ৮ বছৰ পাচত ইয়াক ৰচনা কৰে। তেওঁ আমাধৱদেৱ পুৰুষক ভালদৰে লগ পাইছিল সম্ভবতঃ তেওঁৰ পৰা ধৰ্ম গ্ৰহণ কৰিছিল। বাহতু নগৰ বুজিব পৰা নহল, কিজানি ‘বাউসী’য়েই লিখাৰ গোলমালত ‘বাহ হৈছে। অনিৰুদ্ধদেৱে নিজেই ‘কায়স্থ দল’ৰ পতি বুলি উল্লেখ কৰিছে। সম্ভবতঃ এওঁ সেই সময়ত অৰ্থাৎ নাৰাষণ ৰজাৰ সময়ত তেওঁৰ এজন ডাঙৰ বিষয়া আছিল। অনিৰুদ্ধদেৱৰ বংশধৰ সকলৰ বংশাৱলীৰপৰা জনা যায়—তেওঁ ৰাঙামাটিৰ ওচৰত গোমস্থাৰ কাম কৰিছিল। আমাৰ মনে ‘বাহুতু নগৰ” ঠিক কৰিব পাৰিলেই এইটোৰ মীমাংসা সহজসি হব। এই বংশত এটা প্ৰবাদ আছে, যে “অনিৰুদ্ধদেৱে এসময়ত কোচ ৰাজধানী হিচাব আদি দেখাৰলৈ যাওঁতে 51
পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৩২৯
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই