কায়স্থ সমাজৰ ইতিবৃত্ত > গোত্ৰপুৰুষ হোৱা সম্ভৱ নহয়। চিত্ৰ, যম, অগ্নিৰ ৰূপভেদ মাত্ৰ। * পণ্ডিত শ্ৰীযুত উপেন্দ্ৰ চন্দ্ৰ শাস্ত্ৰী মহাশয়ে মহৰ্ষি কাত্যায়নৰ যজুৰ্বেদীয় স্নান সূত্ৰৰ ফুটনোটনত দিয়া মন্ত্ৰটো উল্লেখ কৰি কাব্যবাড, অনল, সোম, যম, অৰ্যমা, অগ্নিদাত্তা, বহিষদ, চিত্ৰগুপ্ত আদি নামবোৰ অগ্নিদেৱতাৰ উদ্দেশ্যে উল্লেখ কৰা বুলি প্ৰমাণ কৰিছে। ইয়াৰ উপৰিও. মৈত্ৰয়নীয় সংহিতা ১৫/২, কৌশিক সূত্ৰ ১১৯২, শ্ৰোত সূত্ৰ ৪১২৪, সঙ্খ্যায়ন শোত্ৰ সূত্ৰ ১১৮ ৭, সামবেদ ১৬৪, ঋক বেদ ৬৬৭, কৌষীতকী ব্ৰাহ্মণ ২১৩ ইতাদিত চিত্ৰগুপ্ত পূজাৰ বিহিত পাকা মম্ববোৰ উল্লেখ কৰি কয়—চিত্ৰগুপ্ত যদি অগ্নিৰেই ৰূপভেদ নহব তেনেহলে তেওঁৰ পূজাৰ হোম অগ্নিদৈবত মন্ত্ৰ বিহিত হব কি? এতেকে চিত্ৰগুপ্ত যমৰাজাৰ লিখক, কায়স্থ। মূল পুৰুষ নহয়— তেওঁ উৰ দেশীষ ৰুদ্ৰলোক অগ্নিবিশেষ। কায়স্থ চতুৰণৰ ভিতৰৰ ক্ষত্ৰিয়। অতি প্ৰাচীন কালত ভাৰত আৰু ৰহলৈ আহা আৰ্যসকল মধ্য এচিয়াৰ ইলা পৰ্বত এৰি আহাৰ আগতে ক্ষত্ৰিয়ক ‘ক্ষযেত’ বা ‘খযেত’ বুলিছিল। এই সময়ত আজি কালিদৰে জাতিবিভাগ হোৱা নাছিল, ক্ষয়েত’ শব্দে ৰজাক বুজাইছিল। সেই ক্ষযেত বা খযেতেই পৰবৰ্তীকালত ‘ক্ষত্ৰিয় আৰু কায়স্থ' শব্দত পৰিণত হয়। মহাৰাজ অশোকৰ সময়ৰ আগখিনিত 'ৰাজুক’ শব্দেৰেও কিছুমান ক্ষত্ৰিক বুজাইছিল। এই শব্দটো জৈন প্ৰাকৃ ত “ৰাজু" বুলিছিল। সম্ভৱ ত ৰাজাৰ জাতি বৃলি এওঁলোকক ক্ষত্ৰিয় নুবুলি “ৰাজুক” বোলা হৈছিল। অশোকে “ধৰ্ম মহাম” নামৰ উচ্চ পদত আৰু সন্ধিবিগহাদি কাৰ্যত এই ক্ষত্ৰিয় বা ৰাজুকসকলক নিযুক্ত কৰিছিল, এই সম্বন্ধে Ir. Buhler লিখিছে :- In note to my german translation of lock Edict 3rd I have pointed out that Professor Jacobe has found the Jaina Prakrit representative or Rajuk in the kalapasutra where Raju means a writer, a clerk. I have added that Rajuka was an old name of the writer caste which is later called kayastha and that Asoka calls his great administrative officials simply the writers because they were taken from that caste. (Epigraphica Indica vol 11 Page 234.) মনুৰ সময়ত ক্ষত্ৰিয় জাতি মসীঃীৱী আৰু অসিজীৱী নামে দুই ভাগ হয়; যেনে : যে পথাংপথি বক্ষয় ঐলদা আবুবুধ। অৰ্থাৎ মসজিীবী আৰু অসিজীৱী ক্ষত্ৰিয়সকল গোটাই দেশতে ৰক্ষক স্বৰূপে বিৰাজমান। যজুৰ্বেদীয় বৃহৎ ব্ৰহ্মখ গুই কম :-
- ১।
অসিনা ৰক্ষিতং ৰং মাদিনা চ। উতৌ ক্ষত্ৰিয়ধৰ্মেী চ ভূমৌখ্যামেয়াকিল। ততোইপঙ্গবং তিলমিশ্ৰং কব্যবানলং সোমং যমমৰ্যমণমগ্নিদাতা। সোমপোবহিষদো যমাংশ্চৈকে॥২ যমায় ধৰ্মৰাজায় মৃত্যবে চাকায় চ। বৈবস্বতায় কালায় সৰ্বভূতক্ষয়ায় চ। উদম্বৰয় দধায় নীলায় পৰমেষ্ঠিনে। বৃকোদৰায় চিত্ৰায় চিত্ৰগুপ্তায় বৈ নমঃ। ৩ মাত্ৰ ৩ কণ্ডিকা। ২। দুৰোকশোচিঃ টুৰ্ণ নিত্যো জায়েব বোনাবৰং বিশ্বশ্মৈ। ২