পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/২৮২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৬ কায়স্থ সমাজৰ ইতিবৃত। X X X X X X X নিৰ্বাহ কৰে। এই স সম্বন্ধে বৰ্ণেচ চাহবে ১৯০৫ চনৰ চেটেলমেন্ট কৰোঁতে দিয়া ৰিপোত লিখিছে- Village Note of Nambarbhag. It (Khudra Makhibaha) is very thickly populated.........The Basties' are also good, The village is famous of its annual fair known as Makhibaha sabha" held in the inonth of Fagun. The fair is attended by 2000 to 3000 people and lasts for 3 days. Shopkeepers come from Barpeta, Sarthe bari, Nalbari and Gauhati. Some Bhutias also attend it. The Mela was started by one Gauri narayan choudhury of this village to celebrate the sradha of his father and it has now become an annual function. It might under wise direction prove a good agricultural and industrial exposition. বৃহৎভদ্ৰৰ পুত্ৰ বিশ্বনাথ আৰু জয়দেৱ দৰঙক অহা সময়ত গাংমোত কেতেখা ভুঞাই শিৰোমণিভূঞাৰ তলে দেশ শাসন কৰি আছিল। বিশ্বনাথ আৰু জয়দেৱ আহি গাংমৌৰ পশ্চিমে প্ৰতাপগড়ৰ ভিতৰত কোঠমাৰী থাকে আৰু তাৰ নাম “বভাগ” দিয়ে। কিন্তু দুই সিংহ এজোপা হাবিত থাকা সম্ভৱ নহয়; কিবা কথাত দুয়োৰৰ অমিল হোৱাত বিশ্বনাথে দৰঙৰ বৰভাগ ত্যাগ কৰি ব্ৰহ্মপুত্ৰ পাৰ হৈ গড়গাৱঁক আহে; এই সময়ত আহোম ৰজাৰ ৰাজধানী দিহিং নৈৰ কাষত আছিল। গড়গাওঁ আহোম ৰাজ্যৰ ভিতৰত সুমাইছিল। বিশ্বনাথে গড়গাৱত থাকিব লগা হোৱাত আহোমৰ বশ্যতা স্বীকাৰ কৰিব লগাত পৰিছিল। যি সময়ত প্ৰভু শ্ৰীমন্ত শঙ্কৰদেৱ জ্ঞাতিবৰ্গে সৈতে গাংমৌক অহে বিশ্বনাথৰ পুত্ৰ যদুনন্দনেও গড়গাওঁ ত্যাগ কৰি গংমৌ পাৰ হয় আৰু প্ৰৰ সৈতে আহি মাজুলিৰ ধুৱাহাটত থাকে। ইবিলাকে যদুনন্দনক গড়গঞা ভুঞা বুলিছিল। প্ৰভু ভটীয়াই বৰপেটাক যাওঁতে যদুনন্দনৰ দুই পুত্ৰ লক্ষ্মীনাথ আৰু জয়দেৱ মাখিবাহাত ৰৈ যায়। এওঁলোক গড়গ ঞা ভূঞাৰ বংশধৰ দেখিয়েই বোধ বৰ্তমান সময়লৈকে বংশধৰ সকলক গড়গা ঘৰ বোলে। ১৯ পৰমান অধ্যাপক-এওঁ এজন সংস্কৃত পণ্ডিত আছিল; এওঁ মাখিবাহাৰ কায়থেলী পঢ়াশালিত ছাত্ৰ পঢ়াইছিল। এওঁৱেই মাখিবাহাৰ শেষ অধ্যাপক। এওঁৰ শেষ অৱস্থাত ইং ১৮৮৫ চনত মাখিবাহাত বৰ্তমান আদৰ্শ নিম্নপ্ৰাইমাৰী স্কুল এখন স্থাপিত হয়। ইয়াৰ বাহিৰেও তাত দুখন সংস্কৃত টোল আৰু এখন জ্যোতিষ বিদ্যালয় অছিল। ২০ বিষ্ণুচৰণ—এও ইংৰাজ আমোলত চৌধাৰী হয়। এওঁ বিদ্যোৎসাহী পুৰুষ আছিল; এওঁ বহুত সাচীপতীয়া পুথি লিখাই লাইব্ৰেৰী কৰিছিল। ২১ (১) ভদ্ৰ বা ভদৰাম—অলপ বয়সত স্বৰ্গী হয়। (২) শ্ৰীযুত আনন্দিৰাম চৌধাৰী-পিতৃ স্বৰ্গী হোৱাৰ সময়ত এওঁৰ বয়স নিচেই কম সেই কাৰণে মৌজাৰ সৃষ্টি হোৱাত এওঁক ভুলক্ৰমে মৌজা নিদিয়াত স্বৰ্গীয় চমল বৰুৱাই

  • মাখিবাহাৰ সভাৰ সময়ত ৬৭ হাজাৰ মানুষ সমাগম হয়। চাহাবে যি সময়ত দেখিছিল সেই সময়ত ২৬ হেজাৰ

মন মাত্ৰ উপস্থিত আছিল। আজি কালি কোচবিহাৰ, ৰংপুৰ আদি ঠাইৰে মানু আছে। + প্ৰতাপগড়ত আজি চালিত “গ” নামৰ এই মৌজাই প্ৰাচীন ভাগৰ নাম আংশিপে যা কৰিছে। আছিল;