পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/২৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬ কাযস্থ সমাজৰ ইতিবৃত্ত। আচলতে পাঠানসকলে দেশ জয় কৰাৰ পাচত হিন্দু ধৰ্মত নানা সংকীৰ্ণতাই প্ৰবেশ কৰে। আৰু তাৰ ফলত নানা পুৰাণ আৰু উপপুৰাণৰ সৃষ্টি হয; পৰশুৰামে পৃথিবী নিঃক্ষত্ৰিয় কৰা উপখ্যানে। তাৰে এটা মাত্ৰ। পৃথিবী কোনো দিন নিঃক্ষত্ৰিয় হোত নাছিল আৰু আগলৈও নহব। ৩য় তাধ্যায়। ক্ষত্ৰিযৰ আচাৰ। প্ৰজাপালন, দান, সদাচাৰ এই কেইটাই ক্ষত্ৰিযৰ প্ৰধান আচাৰ। ইয়াৰ উপৰিদশ সংস্কাৰ ক্ষত্ৰিযৰ দ্বিজত্বৰ পৰিচায়ক। গৰ্ভাধান, পুংসবন, সীমন্তোন্নয়ন, জাতক, নামকৰণ, নিমণ, অন্নপ্ৰাশন, চূড়াকৰণ, উপনয়ন, বিবাহ আদি ক্ৰিয়া ক্ষত্ৰিযই সময় মতে কৰে। এযসকলৰ নিজৰ গোত্ৰ আৰু প্ৰবৰ আছে। প্ৰাচীন কালত ৰাজা ৰাজ্যৰ নানা কাৰ্য্যত নিযুক্ত থাকৰ কাৰণে সদাষ যজ্ঞ শালাত যজমানৰ ঠাইত বহিব নোৱাৰিছিল, সেই বাৰণে তেওঁ নিজৰ পুৰোহিতকেই প্ৰতিনিধি নিযুক্ত কৰিছিল। এই কামৰ সুবিধাৰ নিমিত্তে ৰজাসকলে নিজ গোত্ৰ-প্ৰবৰ মিলা পুৰোহিত নিযুক্ত কৰিছিল। কিন্তু পৰবৰ্তী কালত দুই এক ৰাজবংশ ও পূৰ্ণৰপৰা চলি অহা পুৰোহিতক কোনো কোন নতুন ৰাজাই ত্যাগ কৰিব নোৱাৰা হোৱাত বিভিন্ন গোত্ৰ-বৰৰ পুৰোহিতেই ৰাজ-পৌৰহিত্য কৰিবলগীয়া হৈছিল। ইয়াৰ ফলত “পুৰোহিত প্ৰবৰেণ ৰাজা প্ৰবৃণাতে ইতি বিজ্ঞাতে' (আপস্তম্বল); “পৌৰোহিত্যান ৰজন্যবিশাং প্ৰব তে' (আখলাযন ) আদি কবৰ সৃষ্ট হৈছে। এই কাৰণে ক্ষত্ৰি-বেশৰ অতি কম সংখ্যকে পুৰো- হৰ গোত্ৰ প্ৰবৰ পৰাও দে। যায় কিন্তু এ সবলে। সি বৈশ্যৰ নিজা নিজা গোত্ৰ প্ৰবৰ আছে। এই কাৰণে ক্ষত্ৰিম বলে 3ে এবৰ বিচাৰ বৰি বৰ বৰে; গোত্ৰ প্ৰবৰ মিল। ঠাইত এওঁলোকৰ বিবাহ নিশিদ্ধ। ক্ষত্ৰিসকলৰ কিছুমানে মৃতশেib ১২ দিন, কিনে ১৫ দিন আৰু কিছুমানে এমাহ পালন কৰে। অশৌচ-পালনৰ নিৰটে। প্ৰাচ ন কালৰপৰ। কামৰূপ ব ন গলৈকে একে নিয়মেই চলি আহিছে। এই সম্বন্ধে বে হট গান |সুবচন হল ৩ দিন হল - শাহ বাহ্ম [ন' পত্ৰিয়াণ ত্ৰিপৰম্। বিদ ও বোন শদাণাং মাসমেবহি দেবশ। (-) শাহ্মণ দত্ৰে। পঞ্চদশণে ক্ষতি। বৈশ্যে। বিংশতি বাজেণ শূদে মাসেন শুদ্ধতি | বশিষ্ট। জ্ঞে মাহা অকে স্থানে সদ্য শেচি বিধীয়তে। নু। ৫৯|h উপবাতি ক্ষত্ৰিয় দ্বাদশাহে শুদ্যতি। মাসেনাপবীতশ্চ ক্ষত্ৰিয়ঃ শুদ্ধ্যতে তথা॥ বৃহন্নাৰদীয পুৰাণ।