২৫৬ কায়স্থ সমাজৰ ইতিবৃত্ত। ঠাইত সোধাই তেতিক্ষনে হুজুৰ হাত আখৰেৰ মোহৰে সহিতে দাখিলা লৰি দাখিলা নিদিয়াকৈ যদি কোনোনে কটলৰ ধন লব খোজে তাক নিদি তেতিক্ষনে ঠাইলৈ জনাই পঠাবি তাৰ বিহিত আজ্ঞা দিয়া যাব তেও যদি দাখিলা নোলোৱাকৈ ধন সোধাহে তাৰ বাব দিয়া নাযাৰ আৰু যি দুই চৌমাহ। কিস্তি কৰি দিয়া গৈছে এই খাতিৰ সুৰে ২ ধন নোসোধালে তোৰ ঘৰবাৰি, বেচি ধন লোৱা হৰ আৰু যি কেইদিন পলম হয় ইয়াৰ সূত ও জৰিমানা অৰ্থাৎ দণ্ড মাহেকত শত তিনি টকাৰ দৰে বাকী থকা ৰায়তৰ ঠাইত সাধি তাৰে দুই টাকা ৰাজহত সোধাবি এক টাকা ৰাখি বাকী ধন সাধিবলৈ যি টেকেলা যায় তাৰ মিয়াদ অৰ্থাৎ ওলগনি দিবি আৰু ইয়াত বাজে ৰাজহিয়া মানুহ চাহেবান লোক ও কোলে লোকে তেজিয়া বি কাৰ্য অনুসৰি ৰচদ ও গইৰহ বস্তু খোজে তাক তেতিয়াই নদ ৰূপ লৈ দিবি ধন নোলোৱাকৈ যদি দিয় তাৰ বাব মৰা নাজাব আৰু আত বাজে ৰাজহৰ কৰ্ম্মৰ নিমিত্তে ৰচদ বেগাৰ যেতিয়া যি লাগে ইঠাইৰ আভা অনুসৰি দিবি তাৰ বি ধন হয় তোৰ কটলৰ ধনত বাব মৰা হব আৰু তোৰ পৰগনাৰ মাটি পাইকৰ ও সীমা সিমলিৰ পৰা অন্য মানুহে সৈতে যদি দশ লাগে তাত তই দল নকৰি ই ঠাইলৈ জনাই পঠাবি তাৰ যোগ্যানুসাৰে অজ্ঞা দিয়া হব আৰু যি তোক কটলৰ ধনৰ নিবন্ধ বান্ধি দিয়া হৈছে ইয়াতকৈ বঢ়াকৈ ৰায়তত নাসাধিবি যদি বাঢ়াকৈ সাধা প্ৰমান হয় তেতিয়া এগুণত চাৰি গুণকৈ ওভোতই দিওৱা হব আৰু যদি কোনো ৰায়তে তোৰ আজ্ঞা নামানি দুষ্টালিকৈ কটলৰ ধন নিদিয়ে তাৰ ওপৰ এটা খাতি বান্ধি ইস্তাহাৰ আৰ দিবি তেও যদি সেই খাতিৰ মুৰতে নিদিয়েহে তাৰ খেতি কৰাৰ গৰু ও হাল ও কঠিয়া ইয়াকে এৰি গাইগৰু মাতিমহ সতসহ যি থাকে তাক কৰোক অৰ্থাৎ তোৰ মানুহ দি লিখি বুজি চাব মাৰি চাট মাৰি থৈ তিনি দিনৰ পলম নোহোৱাকৈ তহশীলদাৰলৈ জনাই পঠাবি তহশীলদাৰে সতসহ বেচাই কটলৰ ধন উলিয়াই দিয়াব যদি এই কথাত তহশীলদাৰে কান নকৰেহে তেতিয়াই ইঠাইলৈ জনাই পঠাবি আৰু তোৰ পৰগনাৰ চোৰ ডকাইত ঘৰত জুই দিয়া ইত্যাদি গোৰৰ সোথ সুধিবলৈ ফৌজদাৰিৰ পৰ যিৰূপ আজ্ঞা দিয়া গৈছে ও বাৰ বান্ধ মাটি বাৰি বন্ধ থোৱা বেচা কিনা ও জাতি যোৱা ভাগ ভোগৰ ইত্যাদি গোচৰৰ সোধ সুধিবলৈ দেওয়ানী আদালতৰ যি পৰওয়ানা দিয়া হৈছে সেই ২ পৰওৱানাৰ আভা মতে প্ৰবৰ্তি থাকিবি আৰু আত বাজেও ইঠাই পৰা যেতিয়া যি অজ্ঞা কৰা যায় সেইৰূপে প্ৰবৰ্তিবি আৰু তোৰ পৰগনাৰ উৎপৰ ভগনৰ কাকত এই মহজৰে সৈতে এক বৎচৰৰ মুৰত নকৈ বশ ব্যবস্থা কৰিবলৈ ইঠাইত হাজিৰ হবিহি অৰু যি জমা বান্ধি দিয়া হৈছে ইয়াত কোনো কৈফাদ কৰিলে শুনা নাযাব এবং ইয়াৰ ভিতৰত যি লাভ লোকচান হয় সকলো তোৰে আৰু তোৰ পৰগনাৰ ৰায়তৰ ধন তেজিয়। যি সাধ তাৰ তেতিয়াই দাখিল দিবি নিদিয়াকৈ নাসাধিবি যদিহে সাধ কোনো ৰায়তে গোচৰ কৰি প্ৰমানেৰে বুজাব পাৰে তোৰ ঠাইত এগুণত দুগুণ উলিয়াই দিওৱা হব আৰু ব্ৰহ্মোৰ মাটিৰ দুই পুৰাতকৈ বাঢ়াৰে পৰ। ধন . লবি দুই পুৰা মাটি নাইবা তাতকৈ কমি এ ফলি মহোজৰ যাৰ আছে তাৰ ঠাইত ধবি আৰু তোৰ মফশ্বলব নানাবিধ খৰচৰ নিমিত্তে জমাৰ•••••••••টকাত এক চলতিয়াৰ কৰে সাধিলৈ খৰচ কৰিৰি আত বাজৈ তোৰ মাগন আনো কোন বাব বুলি যদি ৰায়তৰ ঠাইত লা••••••য়ে যদি প্ৰমান হয় এণত চাৰি গুণ দণ্ড কৰা যাব ইহ•ে•••••নিশ্চয় ২ জানিৰি ইতি চন ১৮৩৮ ২ তাং ১৭ সেতাৰ মোতাবক শক ১৭৫২ সাঙ্গ তাৰিক্ষ ২ আশ্চিন পুনচ্চ তোৰ পৰগনাতে গত চনে ৩৩৮ ষ্টাকা বলব ধন•••••••••
পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/২৭৮
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই