২৪২ কায়স্থ সমাজৰ ইতিবৃত্ত। জানো তোৰাসবে ৰাজ আজ্ঞা নামানাহা। ধন আনিক কৈলো তাহাকো নানাহা। অনন্ত চৰিত ভদ্ৰচাৰু। এই অত্যাচাৰ কোৱামৰা সত্ৰত হৈছিল। অনন্ত আতাই এহেজাৰ টকা দিয়াতো ৰাজ সৈন্য সম্মত। নহৈ :- “সবে ভকতক ধৰি ধৰি আজুৰিল। কিল ভুকু মাৰে ধৰি কোবাৱয় টানি।”৪৫০ অনন্ত চৰিত ভদ্ৰচাৰু। ইয়াৰ পাচত আতাই দিন লয়। ৰাজ সৈন্যে ভকতসকলক আতাৰ চ’ৰাঘৰত গড়াল কৰি ৰাখে। অনন্ত আতাই সাজ-বাচন বিক্ৰী কৰি কোনোমতে আৰু পাঁচ শ টকা দিয়াতো ৰাজ সৈন্য সম্মত নহয় আৰু পুনৰ ভকতক মাৰ ধৰ কৰে। তেতিয়া অতাই পুনৰ দিন লৈ আৰু কিছু টকা দিয়াতহে ভবত নিৰুতি দিযে। কিন্তু অলপ দিন পাচতেই ৰাজাৰ হুকুম হল :- ৰাজা বোলে মোৰ ৰাজ্যে যত মহাজন আছে থাকিব লাগে ইঠায়ত। কিবা বোধ দিযা কহি দুজন সকলে মোৰ নষ্ট কৰিলেক ৰাজ্য যত। ব্ৰাহ্মণীষা সকলক শদিয়াৰ অৰণ্যত থৈছে। নিয়া বৃলিল। নিশ্চয়। শুদ্ৰ মেৰি সকলক টোকোলাইত। পাত নিয়া নাহিক কিঞ্চিতে সংশয়। অনন্ত চৰিত। এই হুকুন শুনি (টমা বৰুৱাই অনন্ত আতাক সদিয়ালৈ পঠাবলৈ অনুৰোধ কৰি ৰজাক বয- ‘কোৱামৰাৰ ঠাকুবক (৩াৰ পথাও ৰাজাই অন্য দেশৰ পৰা আনিছে, তেওঁ নিজ দেশক গুছি যব খোজে।” তাকে শুনি অনন্ত আতাক ৰজাই ৰাখি বাকী বিলাকক খেদি পঠোৱায়॥ স্বৰ্গী হোবাৰ পাচত ৰুদ্ৰসিংহ ৰজাৰ দিনতহে সকলো মহাজনক মাতি আনি পূৰ্বৰ ঠায়ে ঠায়ে বহিবলৈ টোকোলাই ষোৰহাট নগৰৰ দাতিত। 1"শুনি পাচে বৰুৱাযে টেকেলা সবক পাচি সমস্ত সত্ৰক ভালেক। কেৱল ঠাকুৰ আতা (অনন্ত অতি) বিতিৰেকে যত সাধু আছে মানে সবে চলাইলেক॥ • ৫ কেশৱ গোসাই আদি যতেক ব্ৰাহ্মণ সাধু শদিয়াক সবাক নিলেক। যত আছে শপ মেধি সবাহক টেকেলায়ে টোকোলাইত নিযা পাতি থৈলা। কত বৰ্ম হৈল যেতে গদাধৰ সিংহ ৰাজ। তাৰু কালে কৰিলেক হত। কসিংহ মহাৰাজা হুয়া স্বদেশক লাগি মহাজন আনিয়া সমস্ত॥” ৫৬ অনন্ত চৰিত। গদাধৰ বজ
পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/২৬৪
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই