কায়স্থ সমাজৰ ইতিবৃত্ত। ২৪১ ইয়াৰ পাচত আতাই দিহিঙৰ পাৰত “মধুপুৰ” নামে এখন সব পাতি এওঁৰ পুত্ৰ কেশৱ ৰায়ক সেই সত্ৰত থয়; এই মধুপুৰেই পাচত “শলগুৰি নাম লয় :- “সমস্ত ৰাযতে পাচে আলোচি চাহিলা। দিহিঙ তীৰে এক চাপৰিক পাইলা।” অনন্ত আতাৰ চৰিত অনন্ত আতা মাজে সময়ে বৰদোৱাক গৈ আছিল। এবাৰ যাওঁতে ৰামৰায় নামৰ পুত্ৰ এটিক বৰদোৱাত থৈ আহে :- “সৰু আই গোৰ্সানীৰ পুত্ৰ শ্ৰেষ্ঠজন। ৰামৰায় নাম যাৰ পৰম গহন। তাঙ্ক বৰদোৱা পানে অধিপ পাতিল॥ ভকত সবৰ হাতে সমপি দিলা॥” ৫৬৯ অনন্তম চৰিত ভদ্ৰচাৰু। এই সমযত গদাধৰ সিংহ আহোম ৰাজপাট উঠে। তেওঁ সৰ ওপৰত পান। লগাম আৰু এছুমান বৈষ্ণবৰ ওপৰত অত্যাচাৰ কৰে :- গদাধৰ সিংহ ৰাজা আদেশ কৰিল। সমস্ত সত্ৰত ধন লৈবেক বলিলা॥৪১২ X X X ৰাজা বোলে দেউক চাৰি হাজাৰ টকাক। অৰৰ অজ্ঞা হইছে গোসাইঘৰ পুৰিবাক। X X পাচে দূত সবে যিটে। পৰম প্ৰচও। হৰি গৃহ পশি কৰিলেক লণ্ডভণ্ড। X X X কতো দাম কতো সব পাপৰৰ। কত ধাতুময় মতি পৰম সুন্দৰ। ধাতুময় সকলক ভাঙিয়া নিলেক। দাম পাথৰক জলে পেলাইলেক। X x পাচে জোন্ত লগাই গোসাইঘৰ জুই দিল। টুপৰ কাণত সিটো অগনি লাগিল। তাত পাচে ভকতসবক বন্দী কৈল। মহাক্ৰোধ কৰি বাক্য বুন্সিবাক লৈল॥৪৪৪ ৩১
পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/২৬৩
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই