কাজ সয় ইসি।
চক্ৰবৰ ৰজাৰ টংচু নামে এজন ফুৰ আলি; এওঁ মুম্বাকাৰ চেৱত শৰণ লৈ ৰং সম্পতি গান কৰে। এই ফুকনে দিয়া বৃহৎ ঘণ্টা (ট ফুকন নামে খোতি গা) আৰু এখন ই (মহীধৰ ৰু গগাহাঁইৰ নামত খোদিত) বালি সত্তৰ y গিৰে নাৰায় গোয় হাতত আহে। যাই না। সময়ে ৰমাকান্ত আতাক নিয়াই উৎসৱ আদিও কৰিছিল। “গপুৰ নায়ে ৰাজাবাহাৰ আছিলা। তৈতে ঠাকুক মিয়া উৎসৱ কৰাই ১১ ৰা দেৱৰ প্ৰেম- আপুনি গৌৰৱ ভাৱ কদাপি নজৈলা। শঙ্কৰে পৰম গুৰু সবাতে কহিলা। ৰাত্ৰি দিনে কক লীলা ভাবিয়া থাক। কণমান যায় নিশা নিদ্ৰা কৰ। বিষয় সম্বন্ধু সুখে অভিলাস নাই। কৃষ্ণৰ চৰণ চিন্তি থাক সদায়। তৈল স্নান কন্তু দুবাৰ সদায়। পুৰু জলে স্নান কৰি উপাসন্তু যাই। হৰি ৰয়ে মত্ত হয়া নাম ঘৰে যা। কান্ধত মুঠিয়া বস্ত্ৰ কটাক্ষে চাহুন্ত। ঠাকুৰ মহন্তে হৰি মন্দিৰত পশি। শ্ৰবন কীৰ্তন কৰি থকন্তু হৰিসি। মৌনে কতত থাকা কৃষ্ণলীলা সুমৰিয়া। সৰসৰি কৰে নীৰ নেত্ৰৰ ঝৰিয়া॥ তাল ধৰি কতো গীত আপুনি গাৱন্ত। বেহাৰ ৰসত তান ভাৱ উপজ। গোপ সঙ্গে কৃষ্ণ যেন নাচন্ত ঠাকুৰ। দেখা লোকৰ অতি আনন্দ প্ৰচুৰ। উৎসৱ সময়ে খেলি আপুনি বজান্ত। সমস্ত ভকতে তাল ধৰি গুণ গান্ত। কৃষ্ণময় হয়া নাচ ঠাকুৰ বস্তু। কৃষ্ণলীলা বিনে আন কিছু নজনান্ত। ভকতে কয় উঠি কীৰ্তন যেখন। মাজে পসি ঠাকুৰৰ উৎসৱ তেন॥৪৯৮ --