কায়স্থ সমাজৰ ইতিবৃত্ত। ২৩৫ কৰি আছিল। দামোদৰে বনবাসীৰপৰা বৰদোৱাৰ সংবাদ পাই পৰিয়াল আৰু ভক্তসকলক ব্ৰহ্মপুত্ৰৰ বালিতে বাহৰ কৰি থৈ আহোম ৰাজৰ সহায় পাবৰ অৰ্থে উদ্ধাই আহে। ৰজা জয়ধজসিংহে দামোদৰ আতাৰ পৰিচয় পাই বহুত মাটি বৃতি দান কৰি উত্তৰ লক্ষীমপুৰত (ষ’। আজি কালি বাসুদেৱ থান’ হৈছে) সত্ৰ কৰি দিয়ে। ৰজাই দামোদৰক নতুনকৈ ৰোপন কৰাৰ দৰে হল, সেই কাৰণে এই ঠাই আৰু বংশৰ নাম “মৰোৱ” হয়। তাৰ পাচত দামোদৰে “লাউমূৰী” আৰু “চাৰিভাগী” নামে দুই ঠাইত দুখন সত্ৰ পাতে আৰু ৰজাৰপৰা সহায় লাভ কৰে। দামোদৰ আতা অলপ দিন এইদৰে ধৰ্ম প্ৰচাৰ কৰি চতুভুজ ঠাকুৰৰ অজ্ঞাপৰ আচাৰ্য সকলক সংবাদ দি সেই সকলক লগত লৈ ৰজাৰ সহায়েৰে বৰদোৱা উলিয়াবলৈ যাত্ৰা কৰে। কিন্তু তেওঁ গৈ বনবাসী ভক্ত জৰামক লগ নাপালে। শেষত তেওঁ “চেতুৱা” নামে মিকীৰ ৰাজা এজনক শৰণ কৰাই তেওঁক ন ৩ লয। দামোদৰ আতাই বৰদোৱা উলিয়াবলৈ আহোম ৰজাৰ পৰা তিনি কুৰি পাইক পাইছিল। এই পাইক আৰু মিকিৰ ৰজাৰ লোক লগত লৈ হাবি কাটি বাট কৰি বৰদোৱা পাবলৈ যত্ন কৰে। কিন্তু কৃতকাৰ্য্য নহল–তেওঁ দিশ হেৰুৱাই বৰদোৱা পশ্চিমলৈ এবি বাৰপূজীযা পায়গৈ। ইয়াৰ পাচত }}ণ্যক্ৰমে বনবাসী ভক্তক লগ পায় আৰু তেওঁৰ সহায়ত বৰদো। উসিয। দামোদৰ আতাই বৰদেৱা থানব এট। হদ কৰি তাৰ বাহিৰে আশ্ৰম। কত বহুৱালে। এই হক আজ বালি ও “বৰপাট’ ব কম। ইয়াৰ পাচত আকাশীগঙ্গাত গুৰুৰ পদশি পাব'। পূৰ্ব প্ৰভৃৰ কাৰ্তন ঘৰৰ ভেটিও
- মে দৰে নামঘৰ মণিকূট পদশিলা ঘৰ আদি সজাৰ বৰদোৱাই পুনৰ হৰি কীৰ্তনৰ (ৰাল উঠে।
হিমতে বৰদোৱ। থা• অ'স পইল॥ সত্ৰ ঘৰ এৰি তথা ঠাকুৰ (দামোদৰ) বলি॥ তৈতে ডাঙৰ আইৰ (কনকলতা) জীৱ সুদা কন্যাত। ৰামদেৱ বীৰ্যে অনন্তৰাম জ৩॥৪৬২ ঠাকুৰ চৰিত হৰিণা গণ (দিজ) মোদৰ অতাই পোনতে যি বালিত বাহৰ কৰি পৰিয়াল ৰাখিছিল, সি পাচত “বলিস” নামে , , হয। বৰদোৱা উলিওৱাৰ পাচত দামোদৰ আতা তাতেই আছিল। দামোদৰ আতাক মিকিৰ ২ কৃজীত কিছুমান মাটি দিছিল; দামোদৰে তাতেই এখন সত্ৰ কৰে। আৰু তাৰ নাম “বৈষ্ণৱপুৰ” স। দামোদৰ অতি আঢ়ৈ বছৰ উজনীত আছিল। আমি ওপৰত কৈ আহিছে কনকলতা বা লক্ষী আই আইভেটিত থকা বুলি। কনকলতা আইন কত সুভদ্ৰাৰ অনন্তৰাম নামে এটি পুত্ৰ জন্মে। যি সময়ত মীৰজুমলাৰ আক্ৰমণ হয় সেই সমযতে অনন্ত আতাৰ বয়স আঢ়ৈ বছৰ। ইয়াৰ পাচতেই দামোদৰ আতা ১৫৮৪ শকত স্বৰ্গী হয়। তেওঁৰ বনবাসী জয়ৰাম ভক্ত নিৰ্দেশ মতে যি বাট কাটি বৰদোৱা উলিয়াইছিল, পাচত আলি বান্ধে আৰু তাক “লোকাটা” মন বদলে। ই ইমান পোন যে এমূৰত জুই ধৰিলে আৰ মূৰৰ পৰা দেখা পায় প্ৰায় ৫ মাইল দীঘল। এই আলিৰ এ ও চিন আছে।
- পদশিলা তিমি খন পাইছিল- পান, ভোজন আৰু শাস্ত্ৰ ৰচনা। ভোজনৰ পদশিলা ভেটিয়ানি সত্ৰত আন দুখনৰ এখন
বহিচাত (নৰোৱাৰ ফালে) আৰু আনখন হোটহিহাত (শলগুৰিৰ ফালে) আছে। ভাটিৰপৰা অহাত এখন পদশিল। লত যা ছিল, সেইখন বলি সত্ৰত আছে।