পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/২৫৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজ ইতিবৃত্ত। কিছুদিন আইভেটিত থাকি উজাই আহি লক্ষীমপুৰ জিলাৰ কা মৈয়েলী গৈ “চিনাভলী” নামে ঠাইত চাৰি বছৰ থাকে। তাৰ পাচত পুনৰ ভটীয়াই গৈ নগাওঁ জিলাৰ কলিয়াবৰ পায়। সেই সময় বিখ্যাত শৰাইঘাটৰ ৰণ আৰম্ভ হোৱাত আই ভটীয়াব নোৱাৰি তাতেই থাকে। ইয়াত থাকোতেই আই স্বী হয়। চতুভুজ ঠাকুৰ আৰু কনকলতা (লক্ষী) আইৰ আচাৰ্যসকল কুঁৱৰী চুঙীয়া বাপু কেশৱ সম্প্ৰতি। খাটপাৰে বৰ ভক্ত নাতি শঙ্কৰ্গতি। সনাতন নাম জানা পুত্ৰ কায়স্থ। বিসমপুৰীয়া মাপ জানিবা আৱৰ। পাতকিয়াৰ আৰো জানাহ শ্ৰীৰাম। খেৰকটীয়াৰ জয়কৃষ্ণ তান নাম। কাৱৈমৰিয়া আৰে। গোবিন্দ নামত। খাৰগঞা ৰত্নাকৰ জানি। সম্প্ৰত। চেখাৰ তলীৰ দ্বিজ গোপীনাথ পনু। আউৰ একজন উজনীযা ব)। অধাৰ যদুমণি পুত্ৰ জগ তানন্দন। নখেতৰ বাপু তান •ম এৰিচণ। নাপালিৰ ৰতিকান্ত অ'ৰে। ৰা নাই। বনাঞা মাধ কৰিৰ ৰঘুপতি। নাচনি পৰিয় ৰাম ভদ্ৰ হেন •। শলগুৰিয়াৰ তা বোলয় এৰাম। জানা ধুধুলিৰ ৰামচৰণ নামত। দিগছোঙে সাধুদ্বিজ বোলয সমস্ত॥ লেতেৰিৰ জানিবাহ। হৰিৰ চৰণ। কৌপতীয়া গ্ৰামে আছে জানা নামণ॥৭০০ নামত অনন্ত কালসিলিয়া গ্ৰাম। বোলয় নাৰ নাম জানা দৰঙৰ। জয়হৰি নামে আছে মিচিমি নন্দন। এহি চাৰিধিক কুৰিজন মহাজন॥৭০১ অনন্তম চৰিত্ৰ – ভদ্ৰচাৰু ইয়াৰ ভিতৰত ১২ জন চতুৰ্ভুজ ঠাকুৰৰ আৰু বাকী ১২ জন লক্ষী আই পাতা। দুয়ো জনেই ছয় জনকৈ ব্ৰাহ্মণ আৰু ছয় জনকৈ অন্য জাতিৰ আচাৰ্য পাতিছিল। কনকলতা আইৰ ভৱপ্ৰয়া নামে আৰু