পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/২৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২ কাষস্থ সমাজৰ ইতিবৃত্ত।

ঋষিযে প্ৰশ্ন কৰিলে, যে পুৰুষৰপৰা সাধ্য আৰু ঋষিসকল জন্মিল; তেওঁলোকক সমাজ-পুৰুষ কল্পনা কৰিলে, তেওঁৰ মুখ, বাহু, উৰু, পদ কি হল? উত্তৰত বুজালে— সাধ্যই অৰ্থাৎ সাধনশীলে প্ৰজাকামনা নকৰাত, কেৱল জ, তপ লৈ থাকাত ঋষিসকলে অৰ্থাৎ যিসকলে প্ৰজা ভোৱাত মন দিলে, তেওঁলোকৰ উৎপন্ন স্তান সকলক আৰু আগতে কোৱা পশু আদি সমস্তকে তেওঁৰ মুখ স্বৰুপ ব্ৰাহ্মণ, বাহু স্বৰূপ ক্ষত্ৰিয়, উৰু স্বৰূপ বৈশ্য আৰু পদ বৰূপ শূদ্ৰ ৰূপে বৰণ কৰিলে।” * উক্ত শ্লোক ওপৰে ওপৰে চালে নিৰাকাৰ ব্ৰহ্মৰ অঙ্গৰপৰ। চতুবৰ্ণৰ সৃষ্ট্ৰিৰ কল্পনা কৰা যেন দেখা যায়; আচলতে ৰাষ্ট্ৰ বা সমাজ যান্ত্ৰিক দেহৰ নিচিনা তুল্য ভাবে গঠিত। জীৱ দেহৰ উৎপতি, স্থিতি, লযৰ নিচিনাকৈ সমাজকে উৎপত্তি, স্থিতি, লৰ তিনিটাই আছে অ4 চিৰকাল থাকিব। মানব দেহৰ নিচিনা সমাজৰ মুখ, বাহু, উৰু আৰু পদ আছে। সমাজৰ মুখৰূপ ব্ৰাহ্মণ, বাহু ক্ষত্ৰিয়, উৰু বৈশ্য আৰু পদ শূদ্ৰ। সমাজ সমষ্টি হেতুকে ঈশ্বৰ; এই কাৰণে কপাতে ক- “ৰাইজে ৰজা, আৰু এজাই ঈশ্বৰ।” জাতি সম্বন্ধে মনু এটা কথা পেৰা যায় - শদে। বাহ্মণ ৩ামেতি বাহ্মণশ্চৈতি শদ ওম। ক্ষত্ৰিযাজ্জামানস্তু বিদ্যাদ্বৈখাতথৈবচ। “শূদ্ৰ টুল ও উৎপন্ন হৈছে। ৰাহ্মণ, ক্ষত্ৰিয় আৰু বৈশ্যৰ তুল্য গুণ, কম আৰু স্বভাক্ত হলে শূদ, ব্ৰাহ্মণ, গতি আৰু বৈশ্য হয়, তেনেকৈ বাহ্মণ, ক্ষত্ৰিয়, কিম্ব। বৈশ্য কুল ও উৎপন্ন হয়ে। শূদ্ৰ সদৃশ গু৭ কৰ্ম আৰু স্বভাব মুক্ত হলে শূদ হয়। ক্ষত্ৰিয় কিম্বা বৈশ কুণত উৎপন্ন হৈযো ব্ৰাহ্মণ অথবা শূদ্ৰণ সদৃশ হলে বাহ্মণ অথবা “দ্ৰ হয। বহুত পণ্ডিত মতে খৃষ্টপূৰ্ব ১১৭৬ বছৰ আগতে মনু আবিৰ্ভাব হয়। তেওঁ যি ব্যবস্থা শাস্ত্ৰ প্ৰণয়ণ বৰে তাত বাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ, সঙ্গ, পোণ্ড আদি ১০ টা জাতিৰ নাম উলেখ অ'ছে। মনুৰে শুণ, কম, “ভাৰ হয়। বিভিন্ন জাতিৰ অগে বিভিন্ন কৰ্ম ব্যবস্থা কৰে। মনুৰ আগতে হিনৰ ভাতিবিলাক বিচাৰ আৰু বৰ্মৰ ভাগ নি সুশৃঙ্খলিত নাছি। বা-বা আদি জাতি গোত্ৰ আৰু প্ৰবৰ আছে। তেওঁলে'কে দ, যজ্ঞ, বিবাহ আদি ক্ৰিয। ৩ নিজ নিও গোৰ আৰু প্ৰবৰ উপ কৰি সেইবোৰ কৰ্ম অবহমান কাল কৰি আহিছে। এইবোৰ গোল, প্ৰবৰ দেখি মূলত নেকলে জাতি এক আছিল ৩াক ববি পাৰি। বংশ প্ৰক মল পুৰুষও নকেই শাস্ত্ৰকাৰসবলে গেল এলি উতে থ ক দেখা যায়; যেনে ভৰদ্বাজ, তিন, কাপ আদি। ভৰদ্বাদ প্ৰভৃ• যে যজ্ঞ বশ্যত সমাহি ও অবস্থা ত থাকি জ্ঞৰ মন্ত্ৰবোৰ দেখিবলৈ শক্তিসম্পন্ন যিসকল ঋপিক দষ্টা ৰপে ব কছিল, সেই সকলকে প্ৰবণ ঋনি বোলে; নে ভৰদ্বাজ গোত্ৰৰ প্ৰবৰ ভৰদ্বাজ, অঙ্গিস, বাম্পত্য। অশ্ৰম প্ৰবৰ্তক পৰিসকলৰ অত্য, শিষ্য আৰু যজমানকো প্ৰবৰ বোলে। গোত্ৰ অৰ্থে কে৷ বুয়; হিমালয় পৰ্ব ৩ কেনেকৈ বহুত উপপৰত আছে তদ্ৰুপ ঋমিসকলৰো প্ৰবৰ আছে। এতেকে মূল পণিৰ প্ৰবৰ কেইটাই নে এট। এটা শাখা আৰু (গাত্ৰ ও প্ৰবণ যোগ হৈ এটা পৰিয়াল। ধাদি কাৰ্যত গোত্ৰ-প্ৰবৰ উৰে কৰি দিসকলে নিজৰ অতি প্ৰাচীন পৰিয়ালৰ পৰিচয় দিয়ে মাত্ৰ। জমদগ্নি,

  • কায়স্থ-তত্ত ৩৪ পৃষ্ঠা, এত উপেন্দ্ৰ চন্দ্ৰ শাস্ত্ৰী ৰচিত আৰু নগেন্দ্ৰ নাথ বসু প্ৰাচ্য বিদ্যা

মহাৰ্ণব কতৃক প্ৰকাশিত কলিকতা।