কায়স্থ সমাজ ইতিবৃদ্ধ।
আমি বংশাৱলী সংগ্ৰহ কৰোঁতে আমাৰ লগত সামাজিক সম্বন্ধ থাকা কিছুমান ভূঞায়ই ভাল পুৰুষতকৈ বেচি নাম সংগ্ৰহ কৰিব নোৱাৰিলো। যি কায়স্থই নবান্নভোজন আৰু লোজ্য উৎসৰ্গ কৰে আৰু যি কায়স্থই সংস্কাৰবোৰত নাণ্ডিমুখ শ্ৰাদ্ধ নকৰিলে নহয় সেই কায়স্থই নিজৰ চৈধ্য বা সাত পুৰ, নাম কব নোৱাৰা আৰু তাৰ বাবে পুৰোহিতৰ ওচৰলৈ আমাক যাবলৈ আদেশ কৰা, অথচ ভূঞা পোবালী বুলি উপাধিটি লৈ তেওঁ নিজে গৌৰৱ কৰা কি হাঁহি উঠা কথা! এইবোৰ যুগ পৰিবৰ্তনৰ লগে লগে আমি চলিব নোৱাৰাৰেই ফল। যুগৰ সাল-সলনিৰ লগত নিজৰ বেশ সলনি কৰিব নোৱাৰিলে সেই সমাজৰ ধ্বংস অনিবাৰ্য্য; জগতৰ ডাঙৰ ডাঙৰ জাতিবোৰ এইদৰে বস হৈছে। সভ্যতাই এই শ্ৰেণীৰ লোকক আবৰ্জনা জ্ঞান কৰি সন্মুখৰপৰা আতৰাই দিযে। জ্ঞানেই লোকক উচ্চান দিযে। প্ৰাচীন কাষ-ভূঞাসকলৰ বেচি ভাগেই পণ্ডিত আছিল, কিছুমানে ভালদৰে যুদ্ধ কৰিব জানিছিল, কিছুমান তদশী পুৰুষ আছিল, কিছুমান ৰাজ্য শাসন-নীতিত পাৰ্গত অ ছিল, সেই কাৰণে সেই কালত তেওঁলোকৰ অস্তিত্ব জগতে স্বীকাৰ বৰিছিল। আজি কাষস্থ বিদ্যা- অ, ন• পাচ ৰা (কিছুমানক নিৰক্ষৰেই বুলিব পাৰি), পৰমুখাপেক্ষী এনে অৱস্থাত অন্য সজ লোকে ৩ “সনা বুলি বোধ নকৰিব কিয়? বাস্থ-ভূঞাৰ বংশধৰ লৰ কিছুমান ধমাচাৰ্য আছিল বিষয়াসকলে ধৰ্ম প্ৰচাৰ নকৰিলেও মন্দিৰ ও বগ স্থাপন কৰি সত্ৰ বা সচঙ্গৰ ধৰ্ম পালন কৰিছিল, আৰু অন্যান্য ব যিসকলে প্ৰতি ঘৰ গোসাইঘৰ ৰ সি নিত্যপ্ৰসঙ্গ কৰাৰ ব্যবস্থা কৰিছিল বুলি আমি আগতে কৈ আহিছে। , আজি সেই কাষই 1. • উপানালৈ পিঠি দিবলৈ ধৰা যেন দেখা য; আৰু তাৰ ফলত আমাৰ বচ ভাগক ষডৰিপুযে শাই ভাব নৰপৰা আতৰোৱাৰ লগে লগে আত্মীয়-স্বজন, ওচৰ-চুবুৰীযা, সমাজ আৰু দেশৰপৰা ক্ৰমে "বলৈ নি আমাক অকলশৰাযা কৰিব ধৰিছে। ২। সমাজ বন্ধন- প্ৰাচীন কালৰপৰা বাৰণৰ বংশধৰসকলৰ ভিতৰত কন্যা আদান-প্ৰদান চলি আহিছে; ধৰ্ম সম্বন্ধে বি শন ঘনিষ্টতা নজন্মিলে কোনোৱে কাৰৰ অন্ন গ্ৰহণ নকৰিছিল। শদিয়াৰপৰা কোচবিহাৰলৈ যত যত ৭ নম্বভ ণণৰ সন্তান আছিল সকলোৱে পৰস্পৰক জানিছিল। এইসকলৰ অনেকেই নিজৰ পুৰুষীনামাৰ বহিৰেও অন্যান্য ভূঞাৰ সন্তানসকলৰ পুৰুষীনামা মনত ৰাখিছিল। উজনিৰ আমাৰ ধৰ্মাচাৰ্যসকলৰ কন্যা | জাৰ যি নিযম বৰ্তমানলৈ চলি আছে—তাতত পুৰুষীনাম। কোৱা দস্তুৰ আছে। * কম সংখ্যাৰ কায়স্থ ( ব দূৰ দুৰ ঠাইত বাস কৰাৰ কাৰণে ইয়াৰ বিশেষ আবশ্যক হৈছিল। এইদৰে পৰম্পৰৰ ভিতৰত শুনা থাকাৰ কাৰণে শদিয়াৰপৰা কোচবিহাৰলৈ সম্বন্ধ কৰাত কাষস্থৰ বাধা নাছিল। প্ৰভু শ্ৰীমন্ত শঙ্কৰদেৱ প্ৰায় ১৫৩০ খৃ: অত উজনি ত্যাগ কৰি কামৰূপক যায়। তেওঁৰ লগত
- ন্যি কিছুমান কায়স্থ ভূঞাও যায। ইয়াৰ ১৫/২০ বছৰ পাচতেই অন্যান্য যি কাষ-ভুঞা আছিল
কচ্ছা খুজিবলৈ যোল পাত্ৰ পক্ষৰ লোকে কন্যাৰ অভিভাবকৰ আগত এক সটা তামোল-পাণ আৰু চেনি বা মিলি পত্ৰৰ উৎতম পুৰুষৰপৰা পাত্ৰলৈ বংশলতা কৈ কন্যা খুজিব , কন্যাৰ অভিভাৱকেঁ তাৰ পাচত নিজৰ উতম পুৰুষৰপৰা 57ল বংশলতা কৈ তেওঁৰ কন্যা সেই পাত্ৰত দিব বুলি স্বীকাৰ কৰিব। ইয়াকেই বাকাণ বোলে। বাদানৰ পাছতেই ' থিত ভক্ত সমূহে বা সমাজে মঙ্গল কামনা কৰি হৰিধ্বনি দিয়ে। - c.