১২২ কায়স্থ সমাজৰ ইতিবৃত্ত। পুৰিতুষ্ট হৈ ঠাকুক অনাই গড়গাৱত ভাওনা কৰাই চাইছিল। এই সম্বন্ধে ঠাকুৰৰ চৰিতত আছে - “পুনু শিবসিংহ ৰাজা গান-বাষন লৈ নাট কৰাই হৰিশ লভিলা। নৰোৰা সত্ৰৰ মাজে ঠাকুক আদৰিষ। বৰ নামঘৰ সাজি দিল॥” তাৰ পাচত ঠাকুৰক এখন বৰ চৰানাও দিযে অনন্তৰে শিৱসিংহে ৰাজচৰা নও দিল। ভক্তসমে ঠাকুৰ মহন্ত। মানাহক সীমা কৰি পশ্চিম চইৰ মানে ভকতক চাহি ফুৰিলন্ত॥ ৫২৫ দ্বিজ হৰিনাৰাস অ৩॥ 1
৮। প্ৰাচীন কামৰূপৰ গাৱৰ নামঘৰ। আমাৰ প্ৰায় হিন্দ গাৱতে একটি সাধাৰণ নামঘৰ পাৰে। নানঘৰ দুট। থাকে; এট। মণিকূট আনটো কীৰ্তনঘৰ। গণিকৃত পান। (4 বা ভক্তৰদাৰ স্থাপিত শা) থাকে, আৰু নামঘৰত গান মানুহ গোট খাই নাম ৰতন কৰে। ৰ। ঘৰ ৩ দ', জনিৰ ফালে ভাওনাৰ হাতী, ধোৰ আদিৰ মূৰ্তিও ৰাখে। উজনিৰ কী ঘৰ প্ৰাযবোৰেই টাঙৰ 'ৰ তাৰ বেচি ভাগতেই ভাওন। (সভা) কৰিব পাৰি; নামনিৰ কোনো কোনো বনধৰ সৰু। সকলে' নামঘৰত নিত্য প্ৰসঙ্গ ইম; বোনে বেনো নাম “নামায।” নামৰ ভবতো সদ। থাকে। প্ৰায় বেচি • কীৰ্তন • হিন্দুৰ সকলো জাতিৰ মানুহ বহি আগেয়ে নাম-কীৰ্তন কৰি পাৰিছিল। কিন্তু বৰ্তমান বাণ ২৭ নামঘৰ পৃথৰ থৰ হৈ আহিব ধৰিছে, আৰু বেচি ভাগ কাত ঘৰত হিন্দ মাত্ৰে সবলে। জাতিৰ অধিকাৰ লোপ পাই। ব ধৰিছে। নামঘৰবোৰ গাৱৰ মানুহৰ দুপৰীয় জিৰণিৰ ঠাইও বুলিব পাৰি। বহুত গাবৰ অ দহীয়া লোকসব দুপৰ সা খাই উঠি নামঘৰলৈ যায, বেনোৱ পুপি পটে, কে নেবে কাঠি কামিৰ কাম (বিহকম কৰে। নামঘৰৰ মুখত প্ৰষি গছ বৰ শখ -ছোৱালীবিলাকেও সেই ঠাইত ধেমালি-ধুলা কৰে বিশেষকৈ নামঘৰৰ ভিতৰত আৰু বাহিৰেও (বাসব লে ঢোল, খোল, ওজ। আদিৰ শিক্ষাও কৰে। গাৱত কোনো বাদ-বিসম্বাদ লা লে গাৱৰ মানুষ নামঘৰত গোট খাই তাতেই প্ৰায় বিচাৰ বৰে উজনিৰ ফালে এই নামঘৰত গৰৰ মানুহে নিজে ভাওনা বৰে, নামনিৰ ফালে বৃত্তিয়াল মাতি বছ বছৰে তাত সভা দিযে। প্ৰতি বছৰে নামঘৰত গাৱৰ মানুহে ডাঙৰ • ম ধৰে (বৰ সবাই পাতে)। কোনো কোনো সমৰ তিৰোতাসকলেও ডাঙৰকৈ নাম ধৰে। কিছুমান নামধৰ ৩ প্ৰাৰ সদায আবেলি পৰত তিৰোতাসক নাম গায। এইদৰে আমাৰ গাৱৰ নামঘৰবোৰ উপাসনৰ স্থান, ধেমালিৰ স্থান, ধৰ্মচৰ্চাৰ স্থান অ মেলচৰাৰূপে ব্যৱহাৰ হয়।