পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/১৪২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২০ কাস্থ সমাজৰ ইতিবৃত্ত।

- শ্য অমৰ গোসইসকল গৃহস্ত ঘৰত থাকিবলৈ অসুবিধা। এই বাবেই বোধহয় প্ৰায় সকলো গোৰ্তাই শিষ্য গাওঁ ফুৰিবলৈ গলে গাৱৰ নামঘৰত বাস কৰে। নামঘৰৰ দাতিত পাকঘৰ থাকে, গোসই তাতে খোৱা- লোৱা কৰে আৰু নামঘৰত থাকে। নামঘৰতেই শিষ্য-শিষ্যা আদিযে দেখা কৰে—কাৰবাৰ ইচ্ছা হলে শৰণ-ভজনৰ নাম-মন্ত্ৰ লয়। ইয়াতেই গুৰুক সিধা-পাতি দিয়ে; গুৰুৱে সময়ে সময়ে ৰান্ধি নিজে খাষ আৰু শিষ্যসকলক নামঘৰত খাবলৈ দিযে; কামৰূপৰ ফালে গুৰু-শিষ্যই যেনে লগ লাগি খোৱ। দস্তুৰ আছে ইয়াত তেনে নাই। কিন্তু শিষ্য- শিষ্যাসকলে গুৰুৰপৰা আৱশ্যকীয় ধৰ্মতত্ব গ্ৰহণ কৰিবলৈ সুবিধা পায-কোনো প্ৰকাৰৰ পাচনী, মেধি আদিৰ সহাযৰ আৱশ্যক নকৰে। গুৰু নামঘৰত থাকি। কেইদিন শিষ্যসকলে নাম কীৰ্তন যোগ দিয়ে। উজনিৰ চাৰিসত্ৰৰ গোসাইৰ বাহিৰে অন্যান্য গোসাইৰ গুৰু কৰৰ নিৰ্ধাৰিত নাই—যাৰ যি ঘূচি শক্তি অনুৰূপ দিযে, গুৰুৱে •াকে গ্ৰহণ কৰে; কিন্তু ২১ জনে চাৰিৰীৰ অনুৰপ চাউল আদি তোলাৰ ৰীতিও চলাইছিল বুলিও শুনা যায়। চাসিত আৰু অন্যান্য সত্ৰৰ গুৰুসকলৰ তিথি-মহোৎসব, ধোপ লেব। (অধিবাৰৰ মিলি 011), উপবন বা ৬৪ৰি দিয়া, বিবাহ অদি উৎসবত শিষ্যসকল গুৰু-বৰত উপস্থি• • অকলোৰে দণি আদি দি গুৰুক সহাৰ কৰে। গাৱৰ ভক্তসব লে ওৰুৰ পুৰৰ বা ৰাৰ (!- roালা আদি এ গছেৰে গ্ৰহণ ধৰে। গুৰু-ঘৰত গুৰুৰ আৱশ্যকী, সবলে। কী ব; দিবলৈ “ন্য ৫ অপমান বোধ নকৰে। গুৰুব নাৰে আহিলে, • •|•ৰপৰ ব ( ৰুব অজ কালিও দোলাৰে আনে; গুৰুৰ এই দোলাত ধৰিবলৈ পোট। আগে বহুত ভা*1্য লি বিবেচ• কৰিছিল। বৰ্তমানে এই দস্তুৰ কমি আহিছে। গোসইসব ল যি {{ত সএ পা বাস কৰ, সেই গাৱ ৩ সিবিলাক প্ৰায় প্ৰধান ব্যক্তি হিচাবে গণ্য। গাৱৰ ভক্ত বা বিলে। ( ২ বনশ মতেই প্ৰায় চলে। সত্ৰৰ নামঘৰ ৩ বা গাৱৰ • মদৰ •? সমৰ ৰা হা, সেইবোৰৰ দ্ৰষ্ট। অ4 কত এক প্ৰকাৰ গোসাইযেই --সাইৰ পৰামৰ্শন •ি•১ কল (বোৰ কাম সম্পন্ন কৰে। আমাৰ উজনি অঞ্চলত এটা বিশেষত্ব আছে এই প্ৰ'ৰ সৰলে গ ৱ'ৰ বেচি ভা। লোকে খোল-তাল বজাব জানে আৰু ভন্ন (সভ) কৰিব ৰ। প্ৰভু শ্ৰীশঙ্কৰ, মাদক, দৈ তাৰ কুৰ আদিৰ যিবোৰ প্ৰাচীন নাট আছে, আৰু পৰব, কালৰ গোসাহসকলে যিবো নাট নতুনকৈ ৰচ• বৰিছে, সেইবোৰবেই প্ৰাচীন আৰু নব্য ভাষা গাৱৰ নামঘৰবোৰত কৰি দেখুৱ'। এইবোৰ উজনিৰ পোসইসকলৰে কীৰ্তি। উজনিৰ গোসাইসকলে ভালদৰে খেল বজাব জানে, ভাও দিব জানে, মুখ। কাটিব পাৰে, আৰু খোৰা, হাতী, গৰু, নাগ আদিৰ মূৰ্তি ভালদৰে তৈয়াৰ কৰিব জানে। গোসাইলে ৰঙৰ ব্যৱহাৰে। জানে; ভাওনাৰ নটুৱা, গোপ গোপিণী, ৰাজ-কটোৱাল আদিৰ মুখ ৰাজি মানুহৰ চকুত লাগা কৰিব পাৰে। এইদৰে নৃত্য আদি কল। বিদ্য। আৰু সঙ্গীত বিদ্যাতে প্ৰায়বিলাক গোসাঁহৰে কিছু কিছু এধিকাৰ আছে। এই বিদ্যাৰ গুণত গোসইসকলে নিজ গাৱৰ শিষ্য ভক্তক ভাওনা কৰিবলৈ শিক্ষা দিয়ে। এই গাৱত সিবিলাকে শিষ্যৰ লগত নাচে, খোল বায, শিষ্যসকলক ৰাজি দিযেগুৰুৱে এই সময় ও ভেদ ভাব নাৰাখে। গুৰু-পুৰ