পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/১৩৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১৪ কায়স্থ সমাজৰ ইতিবৃত্ত

বাথৰসিংহৰ দিনত ইয়াত এটা বৰ ডাঙৰ আঘাত পৰে। তেওঁ লৰা ৰজাৰ অত্যাচাৰৰ সময়ত পলাই ফুৰোঁতে কিছুমান গোৰ্সাইৰ ওচৰত আশ্ৰয় বিচাৰি নিৰাশ হৈছিল, তদুপৰি গোৰ্সইসকলৰ প্ৰভাব সম্পত্তি বৰ বেচিকৈ বাঢ়ি উঠিছিল। সেই কাৰণে তেওঁ গোসইসকলৰ সম্পত্তি কাঢ়ি লৈ সিবিলাকক নামৰূপলৈ খেদি পঠায়। এই সময়ত কোৱামৰা সত্ৰত প্ৰভু শ্ৰীশঙ্কৰৰ নাতিৰ কন্যা-সন্তান অনন্তৰাষ আতা আছিল; তেওঁৰপৰা টকা লৈ আৰু তেওঁৰ কীৰ্তন ঘৰত থাক। মৃতিবোৰ দলিয়াই তেওঁক মাত্ৰ ৰক্ষা কৰে (অনন্ত আতা চৰিত)। গদাধৰসিংহৰ পাচত তেওঁৰ পুত্ৰ ৰুদ্ৰসিংহৰ দি খেদি পঠোৱা গোসাইসকলক পুনৰ ৰাজ্যলৈ মতাই নি আৰু ঠায়ে ঠায়ে পাতে। কিন্তু তেওঁ নিজে এই কামৰূপী গোসাই কোনেজনৰ ওচৰত শৰণ লৈ নদীয়া-শান্তিপুৰৰপৰা ভট্টাচাৰ্য ব্ৰাহ্মণ অনাই তেওঁত শৰণ হয় আৰু তেওঁৰ পুত্ৰ শিৱসিংহ ৰাজাযো ৰাম ন্যায়বাগীশ ভট্টাচাৰ্যত শৰণ হৈ তেওঁক। চ। পাহাৰত স্থাপন কৰে। ৰাজাক দেখি বিষয়াসকলেও পৰ্বতায। (সিই শৰ৭ হবলৈ ধৰিলে। এই এযতে কামবপীয় ভগৱতীধৰ্ম আৰু বঙ্গদেশীয় শক্তিধম ৰ এটইয। ৩ ভা। সংষ হ। ইয়াৰ ফলতেই “মোমৰীষ। বিদ্ৰোহ”ৰ উৎপত্তিৰ কথা বুঞ্জ পাব না ৭ জন। মোৱামৰীয়া বিদ্ৰোহৰ পাচত বমলেশ্বৰ আৰু চন্দন ৰাজা দুইজনে এই দেশীয় ভাগৱতী ধৰ্ম গ্ৰহণ কৰা পোৱা যায়। শল ওব। গোসাইৰ বশৱশ। এ লোচনা বলে দেখা যায—সেই বংশ হৰিচৰণ আতাৰ ওচৰত চন্দ্ৰবান্তসিংহ ৰাজাহ শবণ লৈছিল। এইদৰে শেষ সময়ত আহোম ৰাজৰপ্ৰা। পী। ভগবতী ধমই অশেষ সহান পায। আহোম ৰজাসকলে ধৰ্মাৰ্থে কৰা দৰ পৰণ বৰ বেচি। পাশবিক এই ভূমি আৰু ভব। পাইছিল। এই ভূমি নিস্কৰ অছিল-ৰাজব সি (বানো বৰ বৰ এই পাচাৰ্যসবলে দিব নালাগিছিল। ভূমিবোৰৰ দানপত্ৰত “নামকী ৩ • ব িবা ৫ আশাবাদ দ’ গাণিৰ আদেশ বৰিছিল; আৰু “ৰাদণ্ড ব্যতিৰিকে” সেই আচায্য অ ৰু ভক্ত ৭ | ‘ব বাব পৰি • j। ভৈল” এইদৰে লিখি “পুৰ পুত্ৰাদিক্ৰমে ভোগ দখল কৰি থাবিবেক” বলি স্বত্ব দিছি। মাৰ হাত " লি মাৰু পেৰাবাকতৰ নকলবোৰ দেখিলে অহোম ৰজাসকৰ দানৰ এটি সামান্য পাব। ৰাৰ উপৰি কামৰূপত যিবোৰ দেৱালয আছিল এযবিলাক দেৱালৰ ম-• নিৰ বাৰ আহোন জালে তৈয়াৰ কৰি দি সেইবোৰৰ পূজা সেবা চাবলৈ ভোধনা-পাইকান অn ভূমি আৰু তাৰ ভক ও দান কৰে। এই সমস্তবোৰৰ মলত কামৰূপীয় * তা মূল বুলিব লাগিব। এই সম্বন্ধে আৰু ইষাত বহলাই আলোচনা নকৰে॥ তা সত্ৰ আৰু কীৰ্তনঘৰ। প্ৰাচীন ঋষি-মুনিসকন যি ঠাই ৩ লাগলাগি জ্ঞানৰ চৰ্চা কৰিছিল তাবেই “স” বোলে। বৌদ্ধ যুগত সি “সংগ্ৰাম” নাম পায়। প্ৰভু শ্ৰীশঙ্কৰে সেই আদিশকে লৈ ধৰ্মাচা পাতি সত্ৰ স্থাপন কৰিছিল। সত্ৰ সকলোৱে দেখিছে-তাৰ মাজত কীৰ্তনঘন থাকে, চাৰিওফালে ভক্তসকল থাকে। ভক্তসকলে প্ৰায় সত্ৰতে পাঁচ প্ৰসঙ্গ কৰে। প্ৰসঙ্গত শ্ৰৱণ আৰু কীৰ্তন হয়। মাজে সমযে গুৰুসকলৰ তিথিমহৌৎসৱ, জন্মাষ্টমী, ৰাস, ফৎসৱ, সাতবিহুৰ নাম, ভাদ মহাযা কীৰ্তন আদিৰ উৎসৱ হৈ থাকে। উৎযোত - আভাস