কাষস্থ সমাবৰ ইতিবৃত্ত। - আছে আনো সংসাৰত বস্তু যত যত। কৃষ্ণক দেখিবা মাত্ৰ মনে সমস্তত। হৰিৰ শৰীৰ ইটো হেন বুদ্ধি কৰি। সবাহাঙ্কে নমস্কাৰ কৰিব সাদৰি।” ভক্তি ৰত্নাৱলী। ভগৱান জগতৰ সকলো বস্তুতে আছে, এইবোধ জীৱে কৰিব; তাক বিশ্বাস কৰিব ই আপোন f• পৰ, ই স্বভাতি সি বিজাতি এই ভেদ ভাব গুচাব। “ঈশ স্বৰূপে হৰি সব ঘটে বৈঠহ” বুলি সুদ, বিশ্বাস কৰি মনে-চিতে-বাক্যে কোনো প্ৰাণীক হিংসা নকৰিব। এই ভাবৰ ফলত অনন্ত কলি, ৰাৰম গুৰু, মহেন্দ্ৰ কলি, সাৰ্বভেম ভট্টাচাৰ্য আদিৰ দৰে জ্ঞানী ব্ৰাহ্মণসকল আৰু হৰিদাস বণিয়া, ১ পসাই মুছলমান, জযহৰি মিৰি আদি নানা শ্ৰেণীৰ নানা সমাজৰ লোকসকলে প্ৰভক আপোন বুলি • ক হৃদয-দেৱতা বলি সাৱটি লব পাৰিছিল। প্ৰমে মন বা যশস্যাৰ বাবে ইচ্ছা কৰিবলৈ লোকসকলক বাৰ কৰিছিল। মান-যশস্যৰ বাবে বাড়ে। সাম্য ভাবৰ হেঙাৰ। তুমি সকলোকে 'ন কৰিবা, অনিৰপৰা মান পাবলৈ অশ। • কব। মন খুজি লোৱ। বস্তু নহয়। গুণীৰ গুণক অদৰ নবৰে বেনে? সকলো বস্তুকে ভগবানৰ
- 4 বলি “দ্ধ। বৰা, তোমাৰ আদশ ও আনেও সেই মতে ১লক। প্ৰয়ে বাহ্মণসকলক “গুৰু” বুলি
স্বপন কৰিহিল—কিন বাহ্মণসলে ‘দি ও পোনকে প্ৰতৰ প্ৰচ'ৰত নানা বাধা দিছিল পাচ ৩ প্ৰভু ••ক গ্ৰহণ কৰি প্ৰভুৰ মত প্ৰচাৰতে দেহ-১ উৎসগা কৰিছিল। সেই সমযৰ সাধু চৰি ব্ৰাহ্মণ ১৭ল প্ৰভ, সাম্যবাদ ও অভি৩ হৈ সেই মঙ্গকে গাই সমস্ত উত্তৰ পূব-ভাবত জস কৰিছিল। বৰ্তমানে প্ৰভুৰ যি সাম্যবাদৰ অৱশেষ আজি আছে সিও প্ৰায় ব্ৰাহ্মণৰ হাততেই বুলিব পাৰি। প্ৰভয়ে এৱণ কীৰ্তনবেই শ্ৰেষ্ঠ আসন দিছিল। প্ৰযে কৈছিল— “ৱেশ কতনে ১ংসাৰ তৰি। বন্ধ ছিঙি হোৰে আপনি নি॥” আৰু কৈছিল— “শৰ তিন স্মৰণ বিষ্ণুৰ অৰ্চন পদ-সেৱন। দাস্য-সখিত্ব। বন্দন বিষ্ণু ৩ কৰিব দেহ অৰ্পণ। যাৰ বাহিৰেও কৈছিল—“মুখে বোল। ৰাম ভাই, হৃদে ধৰা ৰূপ।” মুখ বহিৰিন্দ্ৰিয। ৰাম নাম bাৰণ কেৱল মুথেন্দ্ৰিযৰ বাহ্যিক কাৰ্য্য মাত্ৰ। হৃদয় অন্তৰেন্দি, সেই বাবে ইমাৰ নামতৰ অন্তঃকৰণ নন। বহিৰ্বস্তুৰ বা বিযৰ ৰূপ গ্ৰহণ মনেই কৰে। হৃদয়ত ৰূপৰ কল্পনা নকৰি মুখত কেৱল ৰাম ম উচ্চাৰ কৰিলে কোনো ভক্তি বা ধৰ্ম কৰা নহয়। নাম আৰু ৰূপৰ সমবায সম্বন্ধ হে উপাস্না; 'ৰু এই নাম আৰু ৰূপৰ কল্পনাতহে পৰম মঙ্গল, পৰম সুন্দৰ, কালমা সকলোৰে অধিকাৰী, এক কীতন।