কায়স্থ সমাজৰ ইতিবৃত। গোপাল (হেৰামদৈ)। (৬) লক্ষ্মীকান্ত, আতৈ (ধোপগুৰি সত্ৰ)। (৭) ফোকণীয় গোবিন্দ আত্ত। (খটৰ সত্ৰ)। (৮) ভবানীপুৰীয়া গোপাল আতা (কালঝাৰ)। (৯) বংশগোপালদেৰ (ব্ৰাহ্মণ) লেৰোপাৰ সত্ৰ)। (১০) যদুমণিদেৱ (ব্ৰাহ্মণ) (আধাৰ, মাহৰা, ঘাম, পটিয়াৰি)। (১১) শ্ৰহৰি আতা (ব্ৰা) (লাইআটি)। (১২) পদ্ম আতা বা বহুলা আ (কমলাবাৰী সত্ৰ)। ওপৰত উল্লেখ কৰা ধৰ্মাচাৰ্য গুৰুসকলৰ ভিতৰত যদুমণি, বংশগোপাল আৰু পদ্ম আতা উজনীলৈ আহে। ইয়াত ইসকলৰদ্বাৰা বহুত শিষ্য আৰু সত্ৰ বাড়ে। @@বংগোপালদেৱৰপৰা বঢ়া- (১) মিত্ৰদেৱ (কুৰুৱাবাহী)। (২) জযহৰিদেৱ (গডমূৰ)। (৩) নিৰঞ্জনদেৱ বা নিৰঞ্জন পাঠক (আউনিঅটি)। (৪) লক্ষ্মীদেৱ (দেবেৰাপাৰ)। (৫) অৰ্জুনদেৰ (ন চাপৰি)। (৬) গতিকান্ত (শ্ৰৱণি)। (৭) হৰিদেৱ (পৰুপুখুৰীয়া)। (৮) দামোদৰ জখলাবান্ধা)। শ্ৰীশ্ৰীমাধৱদেৱৰ আৰু এজন প্ৰধান আচাৰ্য-এগোপালদেৱ আতা। এক গুৰুৱে “কথাসাগৰ গোপাল” নাম দিছিল। এওদিক ক্ৰিয়া-কাণ্ডলৈ সিমান মন নিদিয়া (যন লাগে। এওঁ অতি তত্ত্বজ্ঞানী আৰু কেৱে ভঙাব নোৱাৰা পুৰুষ আছিল। গোপাল আতাই ভকতক শেষ্ঠ আসন দিছিল। তেওঁৰ নামৰ আশক্তি সম্বন্ধে চৰিতত লিখিছে :- “শয়নে ভোজনে ভ্ৰমণে সদায় কথাকেসে কৰে ধ্যান। ৰাতি দিনে হৰি কথা ব্যতিৰেকে নিচিন্তন্ত কিছু আন। গৃহতে সদায বসিয়া থাক কথাবেসে মাত্ৰ গয। সপোনে সচেত তাহাৰ মুখত হৰি বথ। বিনে নাই।” পূৰ্ণানন্দ বিৰচিত শ্ৰীশ্ৰীগোপালদেৱ আতাৰ চৰিত। শ্ৰীগোপালদেৱ আতা (ভৱানীপুৰীয়া গোপাল আতাৰ) আজ্ঞাপৰ সত্ৰ- (১) ৰামচৰণ (ব্ৰাহ্মণ) খোৰামোচ, হাৰুং। (২) শ্ৰীৰামদেৱ (ব্ৰাহ্মণ) বালবাৰ, ভোগপুৰ, আহঁত- শুনি, কতিপাৰ। (৩) বৰ যদুমণি (বাহবাৰী)। (৪) সৰু যদুমণি (জলা, সৌকাজান)। (৫) পুৰুষোম (বৰপাৰ)। (৬) সনাতন (নগৰীয়া)। (৭) মূৰাৰি (চৰাইবাহী)। (৮) অনিৰুদ্ধ (মোমাৰা বা ময়ম, নাহৰঅটি, পুৰণিমাটিy; (৯) নাৰায। (দহঘৰীয়া, হালধিআটি)। (১০) পৰমানন্দ (কাৰৰ- ম) সনাতন। (১১) ৰামচ (ইকবাজান)। (১২) উভনীষা পূৰ্ণানন্দ। শ্ৰীগোপালদেৰ পাৰ পুত্ৰসকল (১) যাদবানন্দ (ভেকা চাপৰি)। (২) মাধৱানন্দ (আমগুৰি)। (৩) দৈৱকীনন্দ (কলাকাটা)। (৪) স্বৰূপানন্দ (নাচনিপা)। (৫) ওমান (হমাৰবাৰী)। গোপালদেৱক দামোদৰদেৱৰ আৰু যদুমণিদেৱক হৰিদেৱৰ আজ্ঞাপৰ বুলিও ক।
পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/১২৩
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই