পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/১১৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কাষস্থ সমাজৰ ইতিবৃত্ত। - ধৰ্মচৰ্চা কৰিবলৈ ধৰিলে আৰু লোকসকলৰ মাজত ভক্তিতত্ত্ব প্ৰচাৰ কৰিবলৈ লাগিল। ইয়াৰ লগতে প্ৰযে গ্ৰন্থাদিও ৰচনাত লাগিল। পাটবাউলীত থাকা কালতে প্ৰৱে কীৰ্তন ঘোষা শেষ কৰে আৰু শ্ৰীমদ্ভাগৱতৰ ১ম, ২য, ১০ম, ১১শ আৰু ১২শ স্কন্ধৰ পদ, কুৰুক্ষেত্ৰ, নিমি নৱ সিদ্ধ, ৰুক্মিণী হৰণ, ভক্তি প্ৰদীপ, কালী দমন নাট আদি ৰচনা কৰে। প্ৰৱে ইষাতেই সংস্কৃত “ৰত্নাকৰ” পৃথিও ৰচনা কৰিছিল। প্ৰভুৰ ধৰ্ম লাহে লাহে চাৰি ফালে বেচিকৈ পৰিব্যপ্ত হব ধৰাত কিছুমান বিপক্ষীযদলৰ সৃষ্টি হল। বিপক্ষীষ দলত বেছিভাগ কাস্থ আৰু ব্ৰাহ্মণ লোক আছিল। গুৰুচৰিতবোৰত বেচিকৈ ব্ৰাহ্মণৰ নামহে উল্লেখ কৰিছে। কিন্তু কাস্থ ভূঞাসকলৰ বংশাৱলীবোৰ দেখিলে অনুমান হয—প্ৰায়বিলাক কাষস্থভূঞাই প্ৰত্বৰ ধৰ্ম-প্ৰচাৰ-কাৰ্য্য ভাল নাপাইছিল আৰু অতি কম সংখ্যাৰ কায়স্থেহে প্ৰভুৰ প্ৰচাৰিত ধৰ্ম গ্ৰহণ কৰিছিল। শ্ৰীশ্ৰীমাধৱদেৱৰ প্ৰভুৰ মত প্ৰচাৰ বৰুদ্ধবাদীসকলৰ মত খণ্ডন ও শ্ৰীমাধৱদে ‘ৰু অতি সুদক্ষ আছিল সেই কাৰণে প্ৰভুৱে শ্ৰীমাধৱব “বঢ় ৰ পো’ উপাধি দিছিল। এই সমযত বিমান বিৰুদ্ধবাদীযে মহাৰাজ নৰনাৰায়ণৰ ওচৰত প্ৰভুৰ বিপক্ষে গোচৰ দিযে , প্ৰৱে ৰাজসভাত উপস্থিত হৈ পণ্ডিত মানি বেদ বখানি গৰব” চুৰ কৰি তেওৰ মত ৰাজাৰ দ্বাৰাও সমৰ্থিত কৰাষ। মহাৰাজ নৰনাৰায়ণৰ ভযেক যুবৰাজ আৰু পেতি চিলাবাষ দেনে প্ৰভৰপৰা ধৰ্ম গ্ৰহণ কৰি প্ৰভুৰ মত প্ৰচাৰত ভালেখিনি সহাষ হয। শাহে লাহে বিৰুদ্ধবাদী বাহ্মণ পণ্ডিতসকলৰ কিছুমানে প্ৰভৰপৰা ধৰ্ম গ্ৰহণ কৰি প্ৰচাৰ কাৰ্যত ১হাস হবলৈ ধৰিলে। এইদৰে গীত কবিত্বগুণ শঙ্কৰদেৱৰ কীৰিতি” বহুত দূৰলৈ যাবলৈ ধৰা শিষ্য • খ্য। ক্ৰমে বাঢ়ি যাবলৈ ধৰিলে। যত লোক ক্ষুৰ শৰ অসম। শক্ষক ওমানি কৃষ্ণক ভজ। ২৬ শ্ৰীদামোদৰ চৰিত- নীলকণ্ঠ। প্ৰভু বৰপেটাৰ চূণপোৰাত কিছুদিন থাকোতেই বগুৰীগুৰি পৰগনাৰ হালধি আটি গ্ৰামৰ ভবানন্দ নামৰ এজন

  • দগৰ প্ৰভুৰ শিষ্য হয়। প্ৰবে তেওঁৰ নাম “নাৰাষণ” ৰাখিছিল আৰু মাধৱদেৱৰ লগত সখি কৰি

পৰবৰ্তী কালত নাৰায়ণৰ উপাধি “ঠাকুৰ" হয়। নাৰায়ণ ঠাকুৰ বিচক্ষণ বুদ্ধিমান আৰু উদাৰ ‘ৰতৰ ভক্ত আছিল। এভৰ ওচৰত ধম ধৰাৰ পাচৰেপৰা নিজলৈ পিঠি দি ধৰ্মচৰ্চাতে মন দিযে। এ গাৱে গাৱে ফুৰি শোক-তাপত জৰ্জৰিত লোকসকলক প্ৰভুৰ ওচৰলৈ আনি প্ৰত্ব অমিৰ মাধুৰী

বৰ নামৰস পান কৰাই লোকসকলৰ পৰকালৰ হিত সাধন কৰিছিল।

- নাৰায়ণ ঠাকুৰদেৱৰ প্ৰভুৰ মত প্ৰচাৰ- এইদৰে আদি অৱস্থাত শ্ৰীমাধৱদেৱ পুৰুষ আৰু নাৰায়ণ ঠাকুৰ যত প্ৰভুৰ মত বহুত দূৰলৈ ১াৰিত হৈছিল। শ্ৰীমাধৱদেৱৰ বিষয ন-ঘোষাত লিখিছে :— “শঙ্কৰ স্বৰূপে হৰি সমস্ত জগত ভৰি ভকতি প্ৰদীপ লগাই থৈলা।