কায়স্থ সমাজৰ ইতিবৃত্ত। ভিতৰে বৈঠক ঘৰ ৰাজ-মেল ঘৰ। হাটঘৰ বাসাঘৰ কপাট দুৱাৰ। চতুৰ্দিশে বেঢ়ি গৰখাইক দিল। বাহিৰে ভিতৰে তাত কৃপ কৰিলন্ত। ১৬২ আনো নানা প্ৰাৰম্ভৰ পান কৰিলন্ত তথাতে শঙ্কৰদেৱ ৰঙ্গে বঞ্চিলন্ত॥” দামোদৰদেৱ চৰিত-নীলকণ্ঠ। অলপ দিনৰ ভিতৰতে প্ৰভুৰ সাম্য আৰু ভক্তি ভাবৰ মোহিনী শক্তি চাৰিও ফালৰপৰা অসংখ্য লোক আহি প্ৰভৃৰপৰা শিক্ষা আৰু ভক্তি-তত্ত্ব গ্ৰহণ কৰিবলৈ ধৰিলে :-- “যত লোক শৰৰ পাশক অসম। শঙ্কৰক গুৰু মানি কৰ জম।' ২৬৩ শ্ৰীদামোদৰ চৰিত-ন ক° | মহাপুৰুষ মাধৱদেৱপুৰুম প্ৰৰ শৰীৰৰ ছ'মাৰ সদৃশ হৈ লগে লগে ফুৰিছিল। তেওঁৰ যত অনেক লোবে প্ৰত্বৰ শ্ৰীশ্ৰীচৰণত আয়-বিক্ৰয় কবি নিজক কৰুত্য বোধ কৰিছিল। প্ৰভু পাটবাউসী পোৱা অলপ দিন আগতেই বিশসিংহ ৰাজ। স্বৰ্গ। ২া আৰু নৰনাৰাষ। কামৰূপৰ ৰাজা হয। মহাৰাজ ৰাৰায়ণে ভূণাৰ সন্তান বিচাৰি বিচাবি প্ৰাদেশিক শাসনকৰ্তা পাতিছিল। ৰাজাই প্ৰভুৰ পৰিচৰ পাই প্ৰভুকে। বৰপেটা অপৰ সৃণালি বিণা দিনে : “ৰঙা ৰাৰাষ। এশৰব। দণ, if • মা দিযা ছিল তাসা। বৰপেট। গানে। ণ। পাতিলেক।" ১৫৯ শ্ৰীদানোদৰ চৰিত-নীলকণ্ঠ। প্ৰভুয়ে সি বাজা-চৰ্চ। জঞ্জাল ভাবি এসময়ত শিৰোমণি ণাবজ্যলৈ শিঠি দিছিল—সেই জঞ্জালে পুনৰ লগ দিযও কষ্ট বোধ কৰিলে; আৰু ইয়াক ত্যাগ ক'বলৈ প্ৰমে - “ৰজাৰ পাটলি বঙ্গ সকলে, বোৱাইল॥ বৃন্দাবনি এনৰো কাম কৰাইল॥ সিযে। এ না পাছে নৃপতিক দিল॥ সেছি পানে কতো দিন শঙ্কৰ আছিল॥ ২৬০ বিষৰ কাৰ্য ৰমৰাত অৰ্পিল॥ পাটবাসক পাছে শঙ্কৰ আসিলা শ্ৰীদামোদৰ চৰিত-নীলকণ্ঠ। প্ৰভুয়ে এইদৰে ৰাজক উপঢৌকন দি ভূঞালি বিষয় ত্যাগ কৰি ভাষেক ৰামৰায় ভূঞাক দিয়ায়। ৰাজাৰ আদেশত কিছুদিন ভূঞালি কৰিব লাগা হোৱাৰ কাৰণেই প্ৰভুৱে “গোমস্তা” পদ পাইছিল। ৰাজাৰ তলতীয়া ভূঞাসকলক এই সময়ত “গোমস্তা” বোলা হৈছিল। প্ৰভুৱে পূৰ্বৰ দৰে একান্তমনে
পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/১১২
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই