কাষস্থ সমাজৰ ইতিবৃত্ত। we জানিব নোৱাৰিলো। কিন্তু কোচ ৰাজাসকলৰ দিনত চকলা আৰু পাৰ ভাগ হোৱা বুলি বিশ্বাস কৰিব পাৰি। কামৰূপ-বুৰঞ্জীৰপৰা জানা যায—মুছলমানে পৰীক্ষিতৰ কোচ-হাঙো অধিবাৰ কৰি গৌৰীপুৰ-ৰাজাৰ উপৰি পুৰুষ কবিশেখৰক লগত লৈ “ছেক বিৰাহিম (ইব্ৰাহিম) কাডোৰীষে” পৰগনা বন্দী কৰে। কিন্তু কামৰূপ পুৰাবৃত্তৰপৰা জানা যায—এওঁ “চকলা বন্দী গুচাই তপা আৰু পৰণনা” কৰে। অনুমান হয় ৩াবোৰ কোচৰাৰ দিনৰেই-সি পৰগনাতকৈ সৰু সৰু, একোখান পৰগনা কেইবাটাও এপাত বিভক্ত হৈছিল। কোচ-হাজো মুছলমান-আমোলত চাৰি চৰকাৰত বিভক্ত হৈছিল— (১) চৰকাৰ কামৰূপ। (২) চৰকাৰ ঢেকেৰি বা ঢেকুৰ » () চৰকাৰ দক্ষিণ কূল। () চৰকাৰ বাঙ্গাল ভূম। কামৰূপ চৰকাৰৰ পৰগনা—“কোৱৰভাগ, পাতিদৰং, বনভাণ, বাম। বনভাৰে একেলগী, বৰদৰং, বাহবাৰী, সাতৰীয়া, চৌহীখাতা, কাচিমপুৰ, বৰভাগ, দেহেৰ, ক্ষেণিশ, বজালী, বাহেৰখাতা, বজালী সহিতে একেলগী, বাউসী, বৰনগৰ, পাতকটা বৰণৰৰ সৈতে এবেলগী, বৰপেটা, বেজিনী, ফুল গুণী বেজিনীৰ সৈতে একেলগী, বাঙ্গা, দিগজল।” (কামৰূপ বুঞ্জী) চৰকাৰ ঢেকেৰীৰ পৰগনা--“খুটাখাট, গুম, প.জোৰ বসবে বুৰী, জামি, টাৰি, ঘুৰলা (71), জনকৰ মোহল, বসবে ঘিলা, চাপ, ৰেছ • তী, বেলাৰ, খুৰ, হল,। বটোৱালী, {শালী মোহল, ধামাদি মোহল, চুট, দত্তক (হল।” চৰকাৰ দক্ষিণ কুলৰ পৰগনা— পৰণনে সম্ভোৰ (৩াৰ ৩লে পাচ তপা-৩1 বাৰীবাৰী, •(প চানুৰষা, ৩পে বেবে ণী, তপে হালাল ওজাখেলি, তপে তিসিমপুৰ), পাও হাৰ তলে সাত • পে—৩পে বঙ্গেশ্বৰ, তপে মঝিযোলি, ছানীষা, তপে বেল তলা, গুপে ভড়ুকটা ), ডুমৰিষা, [চন্তা, মেছপাৰা, কামপুৱাপ ৰা, কডৈবাৰী, পুয্যা তলে, গাড়ো , (শাবাটা।”। চৰকাৰ বঙ্গাল ভূমৰ পৰগন—বাহেববন্ধ, ভিতৰবন্ধ, ষবাৰী, চকীবৰে তলা, চান্দিনী। ইয়াৰ উপৰি কিছুমান নদীৰ বৰ লৈছিল সহবোৰক মোহল বুলিছিল আৰু সৰহকৈ বচাৰি, ‘শা, পাইক আদি থাকা ঠাইবোৰকো মোহশ নাম দিছিল , যেনে—কচাৰি মোহল, চুতিয়া মোহল, ইবন মোহল। নগৰবোৰক কসবে নাম দিছিল যেনে- বনবে হাজো, কদবে গুৱাহাটী ইত্যাদি। সাধাৰণ কথাত মোহল, কবে, পৰগনা আদিক মোহল বুলিছিল। সেই কাৰণে কামৰূপ বুৰঞ্জীত 1 চি হাজো ৭৫ টা মোহলত বিভক্ত হোৱা বুলি উখে বৰিছে (৮ পৃষ্ঠা)। ঢেকেৰি বা ঢেকুৰ শব্দটো ৯ম, ১০ম আৰু ১১শ শতিকাত পোৱা যায—ই এখন ৰাজ্য বুলি মাজে মাজে কণিত হৈছিল। 1 কামৰূপ পুৰাবৃত্ততকায়স্থ মোহল বুলিছে।
- এই পৰগনাবোৰৰ নাম “কামৰূপ পুণবৃত্ত”তো াছে, কিন্তু দুই এটা নামৰ পৰিবৰ্তন ঘটিছে, কামৰূপ বুৰঞ্জীৰাম
) পুৰণি বুলি তাৰপৰাই টোকা হল। লিখক।