কায়স্থ সমাজৰ ইতিবৃত্ত মোগল। হে ৰাঙ্গামাটীয়া বৰুৱাক কোচ-হাজোৰ কাননগো পাতিছিল। ২৩ বৰকাণু—আহোম ৰাজত্বত বুজৰ বৰুৱাৰ এলাকাৰ ঠাইৰ মাটি-বাৰীৰ হিচাব ৰাথা কৰ্মচাৰী। ‘বৰকাণ”য়েই “বৰকাকতী” বুলি সন্দেহ হয়। বৰকাণু উপাধিৰ কায়স্থ লোক আমি নাপালো। ২৪। ভাল মানুসোণধনী—আহোম ৰাজত্বত ৰাজকৰৰপৰা বাদ পৰা এক শ্ৰেণীৰ লোক আছিল; তেওঁলোকে বাৎসৰিক খাজানা দিব নালাগে কিন্তু নতুনকৈ ৰাজা হলে “এতোলা” সোণ ৰাজভৰাললৈ পঠাব লাগে। তেওঁলোকে এক ঢোলৰ কোব (ঢোল বজালে বিমানদূৰ শব্দ যায়) মাটি পাইছিল। লিকৰিয়াৰ ভড়াল-কায়স্থ, থ্যালাঙৰ ‘কায়স্থ বংশ আদিতে এনে সোণধনী আছিল। ২৫। বিষয়া—হিন্দু ৰাজত্বৰ সময়ত উৰিষ্যাত বিয়ী বা বিষয়পতি খাজানা আদায়ৰ বাবে ৰাজাৰ ওচৰত দাছিল। এইপিনিমটোৱেই গৌডৰ হিন্দু ৰাজ্যত চলিছিল; আৰু তাৰপৰাই ই আহি প্ৰাচীন কামত প্ৰবেশ কৰে। নৰনাৰায়ণ ৰাজাৰ ৰাজত্ব কালত “বিষয়া” নামৰ ৰাজস্ব আদায়কাৰী কৰ্মচাৰীৰ নাম পোব। যায়। গৌড় “মুছলমানে অধিকাৰ কৰা “বিষযপতি” পদৰ ঠাইত “চৌধাৰী” পদ চলে। এই কাৰণে আমাৰ দেশত ‘ বি’ৰ ঠাইত চৌধাৰ। শব্দ চলিবলৈ ধৰে। কোচ ৰাজত্বৰ প্ৰথম ভাগতে “বি” শব্দ দেখা যায— পাচলৈ কোনো কৰ্মচাৰীৰ নামৰ পাচত ‘বিষয়া” দেখা নাযায়। সম্ভৱতঃ “বিষয” প্ৰাচীন কামৰূপৰ হিন্দু ৰাজসকলৰ ৰাজত্বৰ চিন স্বৰূপে অৱশেষ আছিল; সেই কাৰ- শেহে কোচ ৰাজত্বৰ ১ম গত ইমাক দেখিবলৈ পোৰা হৈছিল। নাৰায়ণ গোমথাৰ বংশধৰ এজন এই “বিদয়া” হোবা বংশাৱলীত পোৱা যায়। আজি কালি বিষ অৰ্থে ৰাজ-কৰ্চাৰী আৰু মাছৰ মহলদাৰক
বুজায়। - ২৬। ৰায় চৌধাৰী ৰায’ শব্দে ৰাজাক বুজায; ৰাজবংশৰ মানুহ হৈয়ো বি ৰজাৰ অধীনত এখান পৰগনৰ ৰা অদিস আৰু দেৰ •া-কৌজদাৰী বিষৰ বিচাৰ কৰিছিল, তেওঁৰ উপাধি “বাম চৌধাৰ।” আছিল। মৰূপৰ ব'পেটাৰ ৰামৰাৰ বংশধৰ আৰু মাখিবাহাৰ চোধবীবংশত এনে “ৰায় চৌধাৰী” পদৰ বিসযা আছিল ২৭। ৰাম বৰুৱাৰাজবংশৰ লোকে বৰুৱা বিষয় পালে “ৰাম বৰুৱা” উপাধি পাইছিল। কায়স্থৰ ভিতৰত বৰপেটাৰ ৰাৰাম, লোহাবৰ ভূণাবংশৰ লাউ শাশা আৰু নাৰাশাণ গোপাৰ বংশৰ ডিৰোৱ। শাখা ৩ এনে “ৰাম বৰুৱ।" উপাধি থাকা দেখা যায়। (খ) বিষয়াসকলৰ এলাকাধীন ঠাইবোৰৰ নাম- প্ৰাচীন ব প ৰাজ্য অগেযেৱ: মাত্ৰ বিভক্ত আছি—(২৭ পৃঃ কামৰূপ বুৰঞ্জী) পাচত চকলা আৰু তপা ও বিক্ত হন। চকলা ৰঙাৰ একোট। গাৰ দৰ ভাগ -তোবোৰ চকলাৰ সৰু সৰু ভাগ (১০২ পৃঃ ৫ মিৰূপ পুৰাও)। * নৰকবংশ, স্তন্থবংশ, দু ভিনাৰায়ণবংশ অ নে ৰাজবংশ ও শাসন বন্দোৱস্ত কি ৰকম আছিল বুব পাৰা নাযায়। ভূণাসকলে যাৰ যিমান বল তেওঁ সিমন ই অধিকাৰ কৰিছিল—আৰু অধিকৃত ঠাইয়েই ভূঞাৰাজ্য বুলি কপিত হোৱা যেন অনুমান কৰিব পাৰি। ভূণাসকলৰ শাসন সম্বন্ধেও বিশেষ একে
- চকলাৰ মূল চাকল, গৌডৰ ৰজা ভাঙাত “ম” শব্দৰ সলনি ৰজাসকলে দেশক চাকলত বিভক্ত কৰিছি; তা
শাসনকৰ্তা চাকলদাৰ বুলিছিল। (বাৰভূঞা ১৯৬ পৃঃ) আনন্দ ৰায়চৌধাৰী।