পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/১০২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

bo কায়স্থ সমাজ ইতিবৃত্ত। উপাধি সাধাৰা বুজিব পাৰি প্ৰায় সকলোবিলাকেই ভূঞাৰ সন্তান। ম)—সামন্ত, মণ্ডল, ভূম একাৰ্থবোধক; ই ৰাজ্যৰ একোটা ভাগ বুজায়। এইবোৰ মালিক আৰু ভৌমিক বোলে। আমাৰ দেশৰ “ভূঞা* এই ভৌমিক। আমাৰ নামনি কাম জ্য তপা আৰু চলতি বিভক্ত হৈছিল; ভূঞাসকল ৰাজাৰ অধীনত থাকাত একোখান চকলাৰ শাসনকতা হোৱা অনুমান হয়। কাস্থ ভূঞাসকলে কোচৰাজাৰ অধীনত পাত্ৰ, মজুমদাৰ উজীৰ, বিষয়া, ভলকাযস্থ, গোমস্তা, দেৱান, বৰুৱা, চৌধাৰী, বী, পাটগিৰী, শীকদাৰ আদি বিষয় কৰিছিল। আহোম ৰাজাৰ অধীনত বৰুৱা, বুজৰবৰুৱা, বৰকাষস্থ, চৌধাৰী, কায়স্থ, পাটোৱাৰী, মজুমদাৰ, গোমস্তা, কাকতী, বৰকাকতী, ঠাকুৰীয়া, তালুকদাৰ, শইকীয়া, বৰ। আদি বিষয় খাইছিল। বিষয়বোৰৰ ব্যাখ্যা :- ১ পত্ৰি-কোচৰাজাৰ মন্ত্ৰীক “পা” বুলিছিল। বাঙ্গামাটিৰ বৰুৱা আৰু চলগিৰী ভূঞাৰ বংশৰ বৰশলা শাখাত কোচৰাজৰ পাত্ৰ হৈছিল। ২। দেৱান- জমিদাৰৰ মন্ত্ৰী , ৰাজা বা জনদাৰৰ হৈ জনদাৰ চলোবা লোক। এনে দেন গোৱালপাৰাৰ-শালকোচাৰ বৰুৱা আৰু পৰি বৰ বাবংশ ৩ কেইবাজনাও হৈছিল। ৩। উজীৰ বিচাৰব; কোনে এবেথ ও ই, এই উপাধিৰ বিষ থাকি মুছলমান আৰু কোচ ৰাজাৰ আমোল বিচাৰ আৰু শ• এৰি। +• ৰূপ (চাৰ চৌধীবংশত তেনে উজীৰ আছিল। ফুল গুৰি-বিজনা কে ১াজা নৰনাৰায়ণৰ অল • বেঙ্কটগি। •মৰ যি জন। উজীৰ হৈছিল—তেওঁৰ হাত ও সেই অণ্ডৰ বিচাৰ আৰু • Jন বিগি থকা স্পষ্ট দেখ। এই জনা উজীৰৰ বংশধৰ শিংৰা, কাপল। আৰু নৰন ধৰ্ণচাৰ্যসকল। বৰপেটাৰ মৰমৰ বংশ ৩ ‘উজীৰ কাম কৰা এজনৰ নাম পোৱা যায়। ৪। মজুমদাৰ এবে। খণ্ড ১। সমি-জমাৰ হিচাব ৰা বিষা। নৰনাৰায়ণ ৰাজাৰ সময়ত একো খান পৰগণ। এই নিচিনা মজুমদাৰ আছিল। পৰৱ • কোচ আৰু আহোম ৰাজাৰ দিনত ৰাজহ পাতা মজুমদাৰসকলে একোখান দুৱাৰ, পৰগনাৰ শাসনক ৩াসক ও অবানৰ জমি-জমাৰ হিচাব ৰাখ। বিবাক বুজাইছিল। কামৰূপৰ ঘিলাঝাৰি, পকোৱা, চাম , বালিকৰিা আদিৰ মজুমদাৰ এই শ্ৰেণীৰ বুনি কামৰূপৰ চাম তাৰ পূনী শ্ৰীযুত ৰণীধৰ চৌপাৰ মহাশযে কষ। ইয়াৰ উপৰিও দেৱাল আৰু সত্ৰৰ জমি-জমাৰ হিচাব ৰাখ। বিষযাকে। মজুমদাৰ বোলে। মজুমদাৰ আজি ব লিও আউনিটি, দক্ষিণপাট আদি সত্ৰ আৰু কামৰূপৰ ডাঙৰ ডাঙৰ দেৱালবোৰ আছে। এনে মজুমদাৰ কাষৰ ভিতৰত থাকাৰ প্ৰমাণ পোৱা নাযায়। ৫। শীকাৰ—যি এটা বিভাগৰ খাজাণ। অয় কৰিছিল, আৰু আৱশ্যক মতে সৈন্য দি নি”ে সেনাপতি হৈ ৰাজক সহায় কৰিছিল। এনে শীকাৰ কামৰূপৰ বৰশলাৰ শ্ৰীপতি সৰস্বতী ভূঞাৰ বংশত হৈছিল। এওঁৰ নাম চক্ৰপাণি শীকদাৰ; এ দুৰ্লভনাৰাণ ৰাজাৰ শীকদাৰ হৈছিল। “শকদাৰ'