- প্রহ্লাদ- সকলোবোৰ লৰা একেবাৰেই ব'লীয়৷ ;— গাইছে, চাপৰি বাইছে আৰু নাচিছে—হৰিৰ নাম গাই গাই । যামার্কই দেখে, সর্ববনাশ । এতিয়া এই কথা যদি, ৰজাই, হাতীৰ কাণে, পছৰ কাণেও, গম পায় ! সিহঁতে তেতিয়া ভালেমান পৰ ভাবি ঠিক কৰিলে, ৰজাক জনোৱা টোহে বাৰু হ'ব। প্ৰহ্লাদে হাৰৰ নাম নেৰে । সিহঁতে ভাবিলে, এতিয়াই কথাটো ৰজাৰ কাণ চুৱাই থ'লে সিহঁতৰ শাস্তি কম হ'ব পাৰে । সিহঁতে, লৰি গৈ, ৰজাক বাতৰি দিলে, “মহাৰাজ, প্ৰহ্লাদ বৰ দুষ্ট হ'ল, কাৰো কথা নুশুনে । সকলো দুষ্ট লৰা গোটাই সি হৰিৰ নাম গাই গাই নাচে।” মণ্ডামার্কই যিমান পাৰে প্ৰহ্লাদৰ বদনাম ক'লে। ৰজাই তেতিয়াই মানুহ পঠাই প্ৰহ্লাদক ধৰাই অনালে । প্রহলাদক দেখিয়েই ৰজাই উগ্ৰমূৰ্ত্তি ধৰি সুধিলে, “হয় নে এ হল।দ, তয় বোলে হৰিৰ নাম লবলৈ এৰা নাই ? আজি দেখোন গুৰুৱে গোচৰ দিছেহি।” সভাসদবিলাকে ভাবিছিল, যি মুৰ্ত্তি দেখি দেৱতাসকলৰো চুৰ্ত্তি ােই ছিল, সেই মূৰ্ত্তি দেখি নিশ্চয় গ্রহহ্লাদে ভয় খাই ক'ব, হৰিৰ নাম নলওঁ বুলি। কিন্তু প্ৰহ্লাদৰ ভয় [ ৩ ]
পৃষ্ঠা:প্ৰহ্লাদ.pdf/৩৬
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই