পৃষ্ঠা:প্ৰহ্লাদ.pdf/১৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সঘনে ভূমি কম্পে নিৰন্তৰ । খলকিল ত্রাসে সাতো সাগৰ ॥ সঞ্চাৰে তাৰা গ্ৰহ অসংখ্যাত । -প্রহ্লাদ- দশোদিশে ভৈল উল্কাপাত ৷” শ শ বছৰ পাৰ হৈ গ'ল : কিন্তু সি আৰু এবাৰো নুঠিল । শেহত ব্ৰহ্মাই কি কৰিব ভক্তৰ অধীন তেঁও-- আহিবলৈ বাধা হ'ল। ব্ৰহ্মাক দেখিয়েই হিৰণাকশিপুৰ বঙৰ ঠাই নাইকিয়া হ'ল । ব্ৰহ্মাই সুধিলে, “বোপাই, তোমাক লাগে কি ?” তেতিয়া হিৰণ্যকশিপুৱে বৰ খুজিলে, “তুমি সৃজি তাছ৷ যত প্রাণী নিৰন্তৰ কাতো হস্তে মুটিবেক সোহেৰ মৰণ ৷ ত্ৰৈলোক্যৰ লোকে লৌক আমাত শৰণ ৷ ” ব্ৰহ্মাই সন্তুষ্ট হৈ বুলিলে 'তথাস্তু' অর্থাৎ 'সেয়ে হওক।' এতিয়৷ হিৰণ্যকশিপুৱে ধৰিলে ‘এতিযা মোক তামৰ কৰি দিব লাগে।” কিন্তু দেৱতাৰ বাৰিতো ব্ৰহ্মাই এই ব কাকো দিব নোৱাৰে। ব্ৰহ্মাই কলে, এইটো বৰ মই দিল নোৱাৰো নহয় তোমাক। পিচে, হিৰণ্যকশিপুরে এনে [ ১৩ ]