পৃষ্ঠা:প্ৰহ্লাদ.pdf/১৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(0) হিৰণ্যকশিপুৱে ভায়েকক বহুত দিন বিচাৰিলে । শেত ক'তো নাপাই নিৰাশ হৈ বহি আছে । এনেতে নারদ মুনি আহি ওলালহি । নাৰদৰ হাতত সেই বীণখনি আৰু মুখত সেই হৰিনাম, আৰু হৃদয়ত সেই হৰিভক্তি । নাৰদক দেখিয়েই . হিৰণ্যকশিপুৱে সুধিলে, - সুধিলে, 'মুনি, হিৰণ্যাক্ষ দেখিছিলানে ?' নাৰদে ক’লে, 'ম‍ই সিদিনা পাতাললৈ যাঁওতে, সাপৰ ৰজা বাসুকিয়ে ক'লে, বোলে হৰিয়ে ববাহ ৰূপ ধৰি - তেঁওক সাগৰৰ পাৰত মাৰি পেলাই থৈ গ'ল ।' ভিষণ্যকশিপু খঙতে কঁপিবলৈ ধৰিলে। কথা শুনি "শুনিয়া হিৰণো ভ্ৰাতৃৰ বধ- ক্রোধে আৰকত চক্ষু তুধ ॥ ! শূলক তুলি গৰ্জ্জি দৈতানাথ । দশন কামুৰি অঙ্কাৰে মাথ ॥ দানৱগণক যাতে সম্বোধি । মাৰিবো বৰাহক শূলে বিন্ধি ॥ [ > ]