-প্রহ্লাদ- ডাঙ্গৰ ডাঙ্গৰ সাপবোৰ মেৰখাই মেৰখাই পৰি আছে । আকৌ পানীৰ যে কলকলনি, গিৰ্ গিনি, হুবহুৰ নি । হিৰণ্যাক্ষৰ গা চিৰি কৈ গ'ল । তাতে আকৌ পাতালখন যিতে গোপগৰা আন্ধাৰ – নিজৰ গাটোকে মনিব নোৱাৰি। হিরণ্যাক্ষত ভাবিলে, এই ঠাইত যি থাকিব পাৰে সি সচাকৈয়ে বাৰ। - ত্ৰিণ্যাক্ষই পাতাললৈ গৈ বৰাহক বিচাৰিবলৈ ধৰিলে । কিন্তু সি বৰাহক পাব ক'ত ? বৰাহ থাকে পানাৰ মাজত সোমাই, সি এতিয়া তাক পায় কেনেকৈ ? বাহক নেপাই হিরণ্যাক্ষৰ এদিন বৰ খং উঠিল, তা'ক খঙতে বলিযা হৈ, শাহববাহ, ওলাই আত' বুলি গদানে পাতালস পানীত মৰি যাবলৈ ধৰিলে । এনেতে এবব গাজনিৰ দৰে এটা শব্দ হ'ল। তাৰ চিত ভয়ঙ্কৰ ধুমুহা মাৰিবলৈ ধৰিলে। গোটেই সাগৰখন এল ওপৰ হ'ল ৷ তাৰ পিচত 'ছে৷' কৰি সাগৰৰ পৰা এটা বৰাত ওলাই আহিল । কিন্তু বৰাহক দেখি তিনণাক্ষৰ বুকু বঁপি গ'ল। ইমান ডাঙ্গৰ বৰাহ সি কেতিস ও দেখা নাই । এতেজ'ৰ বৰ'ত গোটালেও সিম নটে। বাহ । পৰাহে [ 8 ]
পৃষ্ঠা:প্ৰহ্লাদ.pdf/১৪
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই