-প্রহ্লাদ- সন্ধ্যাপৰ । বেলি, পৰো পৰো হৈছে । গোটেই আকাশখন যেনেহে ৰাঙ্গলি হৈ পৰিছে ! তাৰ তলতে নীল- বৰণীয়া হৈ সাগৰৰ পানীবোৰে যিহে উখল-মাখল লগাইছে দেখিলে আহিবৰ মনকে নাযায়। হিৰণ্যাক্ষই সাগৰৰ পাৰতে বহি, এনে সময়ত এদিন এই ঢৈালেখিছে, আৰু ক'ত যুঁজিবলৈ যুঁজাৰু পাব তাৰে আলেখ-লেখ ভাবি বহি আছে। এনেতে, নাৰদমুনি বাণ৷ খনিত হাত বুলাই বুলাই এখুজি ছখুজি কৈ সেই ফাললৈকে যাওক । মুনিক দেখিয়েই হিৰণ্যাক্ষই সুধিলে,—'মুনি, তুমি এই চৌধ ভুবন ফুৰা ; তুমি মোৰ নিচিনা' বাৰ দেখিছানে ? – মুনিয়ে ক'লে, 'আপোনাৰ নিচিনা বাৰ ক'ত আছে ? পিচে, পাতালত এটা বৰাহ আছে, তাৰ হলে বৰ বল। মুনিয়ে তাকে কৈ বাণা বজাই গুচি গ'ল । বৰাহৰ কথা শুনি হিৰণ্যাক্ষৰ যি-হে আনন্দ । সি ভাবিলে, ইমান দিনৰ মূৰত তেও বৰাহৰ লগত যুঁজি যুঁজৰ হেপাহ পূৰ ব পাৰিব । আনন্দত নাচি হিৰণ্যাক্ষ গ'ল পাতাললৈ নামি । তাৰ ইমান আনন্দ হ'ল, যে সি ঘৰলৈ বাতৰি পঠাবলৈকো পাহ- পাতাল পাই, সি দেখে, চাৰিউপিনে পানী । তাভ [ 9 ] ৰিলে ।
পৃষ্ঠা:প্ৰহ্লাদ.pdf/১৩
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই