পৃষ্ঠা:প্ৰতিমা.pdf/৫৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰতিমা। মিলল হাঁহিৰে উজলি চৌদিশ, লুকাল পোহৰময়ী। আনন্দলহৰী নাচি পৰি হাঁহি গাইছে কুলুলু তান। বেলিৰ কাঞ্চন-পোহৰৰ ঢৌৱে উটালে প্ৰাণীৰ প্ৰাণ। & তেজীমলা। তেজগোৰা বেলি জিলিঙনি মেলি সাবটি আহি ধৰা পুৱাতে মলয়া উঠি ছুঁয়াময়া বোলে উঠা তেজীমলা! মেঘ-মলা ৰঙা পিন্ধি দিগঙ্গনা সিঁচিছে আশাৰ ধাৰি উত্ৰাৱল পানী, ৰঙা হাঁহি সানি খলকিছে ছুই ভৰি।