পৃষ্ঠা:প্ৰতিমা.pdf/৪৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আলসুৱা পুলিটিক আলাসত থম। জহত মাতিম বিনাই মলয়াৰ বাৱ; লগতে জোনাক মাতি আনিম আকউ। মউ-মাখি আতমাই সাঁচিব বাহতে মৌ, প্ৰাণৰ প্ৰাণত শুনিম গুণ গুণ ৰৱ। কৰুণাৰ গীত শুনি সুখ কথা ভুলি, জগতক বিলাই দিম প্ৰেম মৌ থালি। হৃদয় সৰগ। ৯৭৪/অঃ