পৃষ্ঠা:প্ৰতিমা.pdf/৪২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মানৱ বন্দনা। আহিছে মানুহ গইছে মানুহ— মানুহ ময়াপী জীৱ। মানুহ সোঁতৰ অন্ত নাইকিয়া— বুলিলে মৰত কিয়? মানবী জনম দিয়া উটুৱাই মানবী কৰ্ম সোঁতে, মানুহৰ মৰম বুজিব৷ মানুহে -ধৰ্ম যে মৰমতে। মানুহেই লগ মানুহেই সঙ্গ মানুহেই পৰাপৰ, এই যে পৃথিবী স্বৰ্গতে৷ অধিক, মানুহৰ নিজাপী ঘৰ। মানুহেই দেৱ মানুহেই সেৱ মানুহ বিনে নাই কেৱ। মানৱ বন্দনা। কৰা পূজা—অৰ্ঘ্য পাদোদক লৈ- জয় জয় মানৱ দেৱ! 68 G