পৃষ্ঠা:প্ৰতিমা.pdf/৩৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰতিমা। আজিৰ কথায়ো দিলে তাহানিক লগ্ন- পুৰণি নতুন হল, সপোন ডিঠক। সীতা সৰমা। দুখ বেজাৰত আউজি বহিলোঁ এজুপি অশোক তলে। মনত পৰিল ৰাক্ষসী পুৰীত সীতা, সৰমাৰ কোলে— থাপি নত শিৰ আউলী চুলিৰে শুনে বীণ সন্তাপহৰা দাৰুণ লুণীয়া (সেই) অকুল পানীত কৰুণ স্বৰ্গৰ ধাৰা। বীণৰ প্ৰাণটি সৰমা প্ৰাণেৰে উঠিল সকলো ব্যাপি। সমা ৰাক্ষসী! সৰমা মানবী? নহয়, সৰমা দেবী! 9