পৃষ্ঠা:প্ৰতিমা.pdf/৩৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ইচ্ছা। ইচ্ছাৰ বিৰোধে ভীম ঘোৰ শত শত্ৰু ইচ্ছা, মই। সৰ্ববথা জিকিব সিটো ইচ্ছা যাৰ বলী। জীৱন-যুদ্ধত ইচ্ছ৷ প্ৰধান সাৰথি কি ভয় মৰণে ৰণে ইচ্ছা সবদলী। ম‍ই। সংসাৰ মোৰেই পূৰ্ণ দেখোঁ, আছোঁ মাথোঁ নিৰঞ্জন ম‍ই। নাই তুমি কেওঁ আৰু নাই, পাৰ৷ যদি হোৱাঁ মোতে লয়। মই ম‍ই মই মাত্ৰ বিপুল সংসাৰ- মই মই মই সুবে শুনা বাজিছে প্ৰাণৰ বীণা তান ম‍ই বিনা আছে নো কি গুণা। ২৫