পৃষ্ঠা:প্ৰচণ্ড.pdf/১০৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আক্ৰমণৰ পৰিকল্পনাৰে পি এল এ উপদেষ্টাই বালিৰে প্ৰস্তুত কৰা বেনী বজাৰৰ আৰ্হি

ছেটেলাইট ফোনকে ধৰি পি এল এৰ বিভিন্ন যোগাযোগৰ আহিলা

অভিযানটোৰ কামাণ্ডাৰ পাচাঙে ৰ'লপাৰ মুখ্য কাৰ্যালয়ত থকা অধ্যক্ষ প্ৰচণ্ডৰ লগত ফোনেৰে অহৰহ যোগাযোগ কৰি আছিল।

 মিয়াগদি জিলাৰ সদৰ বেনীত উপস্থিত হোৱাৰ পূৰ্বে, পাচাঙে শেষবাৰৰ বাবে দলটোৰ কামাণ্ডাৰসকলক অভিযানটোৰ বিষয়ে বুজাই দিছিল। সকলো কথা পৰিকল্পনা অনুসৰি আগবাঢ়িছিল। ২০ মাৰ্চৰ ৰাতিপুৱা ১১ বজাত পি এল এ যোদ্ধাসকলে ৮১ এম এম মৰ্টাৰ বৰ্ষণ আৰম্ভ কৰে। আক্ৰমণটোৰ বৰ্ণনা দি মাওবাদী বিদ্ৰোহীসকলৰ

১০৮