০ ০ ০
সেয়েহে কওঁ সমাজ গঢ়োঁতা শিল্পী খনিকৰ যদি সাজিব খোজা বিশ্ববিজয়ী সমাজ কাৰেংঘৰ জনজীৱনক প্ৰথমেই কৰা মহান শক্তিধৰ তেতিয়াহে তোমাৰ আশাৰ কাৰেং বিশ্ববুকুত জিলিকি ৰ’ব জল্ মল্ জল্ মল্॥
⸺