পৃষ্ঠা:প্ৰগতিৰ গান.pdf/১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
॥প্ৰগতিৰ গান॥
 


দেশ বিদেশ ঘূৰি ঘূৰি ঘূৰি
লুইতপৰীয়া হলোঁ আহি,
আমি অসমীয়া, আমি ভাৰতীয়
আমি মহাজাতি মাতৃভূমি ভাৰতী
আমাৰ দেশ মহান
গাওঁ মিলনৰ গান॥*

 
  • সুৰাৰোপিত আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰযোগে প্ৰচাৰিত
[১৪]