PLEASE HANDLE THE BOOK CAREFULLY পাছি য়ুছ ১৫ এই কথা গৈ যেতিয়া সিহঁতে খঙত টিঙিৰি- মনেৰে বৰুণৰ সহায় লগত মানুহৰ ৰূপৰ তুলনা নকৰে। এদিন মাক কেছি ও- পিয়াই ৰাজবিষয়া কিছুমানৰে সৈতে কথা-বতৰা পাতি থাকোঁতে কথা প্রসঙ্গত অতর্কিতে জীয়েকক জলকুঁৱৰী এজনীৰ লগত ৰূপৰ তুলনা কৰিলে । আগ-পাচ নুগুণি মাকে কথা যাৰ কৈ পেলোৱাৰ ফলত, ক্ৰমে ক্ৰমে জলকুঁৱৰীবোৰৰ কাণত পৰিল তেতিয়া তুলা যেন হৈ ইয়াৰ গোটক তুলিবৰ খুজিলেগৈ। বৰুণে জলকুঁৱৰীবোৰৰ কথামতে প্রকাণ্ড সামু- দ্রিক অজগৰ এটা দি পঠিয়াই দিলে । সিহঁতে সেই অজগৰটো আনি চিফিয়াছৰ ৰাজ্যত এৰি দিয়াত দিনক-দিনে প্ৰজাবোৰৰ ঘোৰ অনিষ্ট হবলৈ ধৰিলে ৷ অলপ দিনৰ ভিতৰতে অজগৰৰ অত্যাচাৰত এটা হাহাকাৰ উঠিল ৷ কোনেও ইয়াৰ প্ৰতিকাৰৰ উপায় বিচাৰি নেপাই অৱশেষত ৰজা-প্রজা আটায়ে এদিন মন্দিৰত থকা এজন প্রসিদ্ধ মঙ্গলতিৰ ওচৰলৈ গৈ ইয়াৰ পৰিত্ৰাণৰ উপায় সুধিলে। মঙ্গলতিয়ে অলপ সময় মঙ্গল চাই উত্তৰ দিলে,—“ৰাণী কেছিওপিয়াই জীয়েকৰ সৌন্দৰ্য গৰ্ব্বত গৰ্ব্বিতা হৈ জলকুঁৱৰীৰ লগত ৰূপৰ তুলনা কৰা দেখি দেশৰ এনে আশান্তিৰ সৃষ্টি হৈছে। এতিয়া তেওঁ যদি জীয়েকক সেই অজগৰটোক গ্ৰাস কৰিবলৈ দিয়ে, তেনেহলে জলকুঁৱৰীবোৰ তুষ্ট হব আৰু দেশত আকৌ আগৰ দৰে শান্তি স্থাপন হব। ইয়াকে কৰিব নুখুজিলে দিনে দিনে মানুহ, গৰু খাই অজগৰৰ বল বাঢ়ি যাব আৰু অশান্তিৰ মাত্ৰাও ক্রমান্বয়ে চৰি
পৃষ্ঠা:পাৰ্ছিয়ুছ্.djvu/২১
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই