এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পদূলিত ৰৈ
‘পাখি লগা মন’ বিভিন্ন বাতৰি কাকত সংকলনত সোমাই থকা মোৰ
কেইটিমান শিশু গল্প।
........আগ্ৰহেৰে হাত পাতি লোৱাৰ পিছতো বহু দিন প্ৰকাশৰ বাটত ৰৈ থাকিল। অৱশেষত মোৰ মাননীয় সাহিত্যনুৰাগী শ্ৰীযুত ফুলেন্দ্ৰ কুমাৰ বৰুৱাদেৱে দায়িত্ব লৈ প্ৰকাশ কৰি পুথিখনি পাঠকৰ হাতত তুলি দিলে। তেখেতলৈ মোৰ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা সদায় থাকিব।
ছপাশালৰ সমূহ কৰ্মীলৈ মোৰ ধন্যবাদ যাচিলো।
ত্ৰুটি মাৰ্জনাৰে—
লেখিকা।
‘চিনাকি’
জোনাকপুৰ, গুৱাহাটী-১৬
ফোন নংঃ ৯৮৫৯২৩৬০৬৭