পৃষ্ঠা:পাখি লগা মন.pdf/১৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অনুভৱ

 ভৰিৰ শব্দ শুনি খিৰিকীৰে বাহিৰলৈ চাই থকা পোণাকনে টপ্‌ৰকৰে লেপৰ তলত মুখখন সুমুৱাই থলে।

 কোঠালীলৈ সোমাই অহা বায়েক ৰিমাই শুই থকা পোনাকণৰ গাত হেঁচুকি ক’লে—