এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৫
চণ্ডিকাখ্যান।
দুৰ্গতি নাশিনি! | দানৰ ঘাতিনি। | |
কৰ কৃপা মাৰ! | পতিত পাবনি। |
—
পুনৰপি দেবী | অমৰ গপক | |
হসিত বদনে | বুলিলন্ত বাক। | |
স্তবে তোমাসাৰ | মোক যেইজন | |
কৰিবন্ত সদা | ভক্তিত স্তবন॥ | |
তাৰ যত পীড়া | বিপদ নিচয় | |
কাৰবোহোঁ নাশ | নাহিকে সংশয়। | |
মধু কৈতভৰ | মহিষ সুৰৰ | |
বধৰ স্বাদ | শুম্ভ নিশুম্ভৰ॥ | |
যি সবে ভক্তিৰে | কৰিব কীৰ্ত্তন | |
হৈব সিসাৰ | ধন কান্তি মান। | |
অটমীমা অথবা | নৱমী তিথিত | |
চতুৰ্দশাতবা | আমাৰ মাহাত্ম্য॥ | |
একচিও ভাবে | যিদবে আমাত | |
কৰি দৃঢ়ভক্তি | শ্ৰবণ কৰন্ত। | |
নোহে সিসবাৰ | অলপো দুস্কৃত | |
বিপদ দৰিদ্ৰতা | বন্ধুৰে বিযুক্ত॥ |